skip to Main Content

জ্যেষ্ঠ শৈল্য চিকিৎসক ড০ এচ কে টানিছলৈ বিশেষ সন্মান

জ্যেষ্ঠ শৈল্য চিকিৎসক ড০ এচ কে টানিছলৈ আগবঢ়োৱা হৈছে এক বিশেষ সন্মান।সামৰিক বাহিনীৰ লোক,বিধৱা মহিলা তথা আৰ্থিকভাৱে দুৰ্বল লোকসকলক তেওঁ বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে।সেই বাবে অহা ৮ মে' তাৰিখে মুম্বাইত বিশিষ্ট অভিনেতা অনুপম খেৰে এই সন্মান প্ৰদান কৰিব।

Read More

কাহিলিপাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা মহানগৰীৰ কাহিলিপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। এখন ডাম্পাৰে মহতিয়াই নিলে অসম সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ মূল প্ৰৱেশ দ্বাৰ। ডাম্পাৰ খনৰ নম্বৰ AS15AC 3305। নিয়ন্ত্ৰণ হেৰুৱাই গেট ভাঙি…

Read More

ব্যতিক্ৰমী ৰূপত বিধায়ক ৰেকিবুদ্দিন আহমেদ

আজি এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ'ল বিধায়ক ৰেকিবুদ্দিন আহমেদক।সকলোৰে লগত একেলগ হৈ জিকিৰ গালে বিধায়ক গৰাকীয়ে।যিহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ।তেখেতৰ বাসগৃহত উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱটো।

Read More

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ “ঈদ উল ফিতাৰ”

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ "ঈদ উল ফিতাৰ"।সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱ।বিগত দুটা বছৰ ক'ভিডৰ কাৰণে আন সকলো উৎসৱৰ লগতে পালন কৰিব পৰা নাছিল "ঈদ উল ফিতাৰ"।

Read More

১০ গৰাকী স্বনামধন্য ব্যক্তিক শান্তি বঁটা প্ৰদান

মহানগৰীৰ ঐতিহাসিক বুঢ়া(জামে) মছজিদত ১০ গৰাকী স্বনামধন্য ব্যক্তিক শান্তি বটাঁ প্ৰদান কৰা হয়।বুঢ়া(জামে) মছজিদ আৰু অমৃত চিমেণ্টৰ সহযোগত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত জাতি-ধৰ্ম নিৰ্বিশেষে সেৱা আগবঢ়োৱা এই ১০ গৰাকী ব্যক্তিক শান্তি বঁটা প্ৰদান কৰা হয়।সভাৰ আঁত ধৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে।

Read More

গুৱাহাটী মহানগৰীত চিটি বাছৰ সলনি চলিছে মেজিক

গুৱাহাটী মহানগৰীত হাহাকাৰ সাধাৰণ ৰাইজৰ।চিটি বাছৰ সলনি চলিছে এতিয়া মেজিক,ওলা-ওবেৰ।ফলত জীয়াতু ভুগিব লগীয়া হৈছে সৰ্ব-সাধাৰণ ৰাইজে।আজি অসমলৈ আহিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।তেখেতৰ সভালৈ যাবৰ বাবে গুৱাহাটীৰ পৰা ৫০০তকৈও অধিক চিটি বাছ ইয়াৰ পৰা লৈ যোৱা হৈছে।যাৰ পৰিপেক্ষিতত হাহাকাৰ কৰিব লগীয়া…

Read More

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা তথা সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা তথা সাংসদ গৌৰৱ গগৈয়ে ভাগ লয় নিৰ্বাচনী প্ৰচাৰত।যিহেতু আজি পৌৰ সভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন।সকলো নিৰ্বাচনী প্ৰচাৰত ব্যস্ত।

Read More

আজি পৌৰ সভা নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন

আজি পৌৰ সভা নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন।সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰক লৈ।দক্ষিণ শৰণীয়াৰ ৩৬ নং ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থী শ্ৰী মইনা জান বেগমৰ আজি এক বিশাল বাইক তথা গাড়ীৰ ৰেলী উলিওৱা হয়।

Read More

হেদায়েতপুৰ মছজিদৰ ওচৰত সকলোৱে মিলি গ্ৰহণ কৰে ইফটাৰ

সকলোৱে একেলগে মিলি গ্ৰহণ কৰে ইফটাৰ হেদায়েতপুৰ মছজিদৰ কাষত।যিহেতু ইদুল ফীট'ৰ আহি আছে সেই মৰ্মে সকলোৱে ৰোজা ৰাখি আছে।আৰু সন্ধিয়া নিৰ্দিষ্ট সময়ত তেওঁলোকে ইফটাৰ গ্ৰহণ কৰে।সকলোৰে লগত তাত উপস্হিত থাকে সাংসদ বিৰেণ বৈশ্য।

Read More

গুৱাহাটীৰ ৰাজপথত উত্তাল প্ৰতিবাদ অসম আৰক্ষীৰ বিৰুদ্ধে

গুৱাহাটীৰ ৰাজপথত উত্তাল প্ৰতিবাদ অসম আৰক্ষীৰ বিৰুদ্ধে।গৃহ বিভাগৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ।পৰীক্ষাৰ ৰিজাল্ট নিদিয়াকৈ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যোজা চলাইছিল গৃহ বিভাগে।একেটা পদৰ বাবে নতুন বিজ্ঞাপন দিয়াৰ পিছতে উত্তাল প্ৰতিবাদ সাব্যস্ত।ইয়াৰ পূৰ্বে অনুষ্ঠিত হৈছিল শাৰিৰীক আৰু লিখিত পৰীক্ষা।কিন্তু সেই একেটা পদৰ…

Read More
Back To Top