skip to Main Content

হোটেল পেলেচিয়ত এবাকাছ ব্ৰিউয়িং কোম্পানী আৰু কিচ্চেনৰ এক সংবাদমেল অনুষ্ঠিত হয়

হোটেল পেলেচিয়ত এবাকাছ ব্ৰিউয়িং কোম্পানী আৰু কিচ্চেনৰ এক সংবাদমেল অনুষ্ঠিত হয়।এবাকাছ ব্ৰিউয়িং কোম্পানী আৰু কিচ্চেন হৈছে গুৱাহাটীৰ খানাপাৰা স্হিত হোটেল পেলেচিয়ত নতুনকৈ মুকলি কৰা মাইক্ৰ'ব্ৰুৱেৰী।এবাকাছে গুৱাহাটীলৈ উত্তৰ -পূবৰ প্ৰথম আন্তৰ্জাতিক বাৰ্গাৰ আৰু ক্ৰাফ্ট বিয়েৰ,ফ্ৰেষ্ট,বাৰ্গাৰ এণ্ড ব্ৰু লৈ আনিছে।

Read More

আজি ছৱিগৃহত মুক্তি লাভ কৰিলে অসমীয়া চলচ্চিত্ৰ লোকেল উৎপাত

আজি ছৱিগৃহত মুক্তি লাভ কৰিলে অসমীয়া চলচ্চিত্ৰ লোকেল উৎপাত।পৰিচালক কেনি বসুমতাৰীৰ লগতে সমগ্ৰ টীমটো যথেষ্ট আশাবাদী যে ৰাইজে এই চলচ্চিত্ৰ খন আদৰি ল'ব।চলচ্চিত্ৰ খনৰ বিপণন শ্লোগান আছিল"ছবিগৃহলৈ আহিব,পেটৰ বিষৰ টেবলেট আনিব,কিয়নো এইখন হৈছে এখন কমেডি ছবি।প্ৰথম দিনটোতেই দৰ্শকৰ যথেষ্ট সহাৰি…

Read More

মহানগৰীৰ ছয় মাইলত GMC ৰ উচ্ছেদ অভিযান

মহানগৰীৰ ছয় মাইলত GMC য়ে চলাইছে উচ্ছেদ অভিযান।বিশাল আৰক্ষী বাহিনীৰ উপস্হিতিত চলাইছে এই উচ্ছেদ অভিযান।ছয় মাইলৰ উৰণীয়া সেঁতুৰ তলত চলাইছে এক উচ্ছেদ অভিযান।সৰু-বৰ সকলো দোকান ভাঙি পেলাইছে পৌৰ নিগমে।জেচিবিৰে চলিছে উচ্ছেদ অভিযান।

Read More

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।নুনমাটিৰ কাৰ্বন ফেক্টৰিত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ।কাৰ্বন ফেক্টৰিৰ নিজা বাসগৃহত চিপ লৈ থকা অৱস্হাত উদ্ধাৰ পল্লৱী সিং নামৰ মহিলা গৰাকীৰ মৃতদেহ। হত্যা নে আত্মহত্যা সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

Read More

নেহেৰু ষ্টেডিয়ামত অসম আৰক্ষীক নিচান প্ৰদান গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ

আজি নেহেৰু ষ্টেডিয়ামত অসম আৰক্ষীক নিচান প্ৰদান কৰে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্হিতিত এই সন্মান প্ৰদান কৰা হয়।এই সন্মান লাভ কৰাৰ ক্ষেত্ৰত অসম হৈছে দশম খন ৰাজ্য।ৰাষ্ট্ৰপতিৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই প্ৰদান কৰে অসম আৰক্ষীক এই…

Read More

অহা কালি অসম আৰক্ষীৰ বাবে এটা ঐতিহাসিক দিন

অহা কালিৰ দিনটো অসম আৰক্ষীৰ বাবে এটা ঐতিহাসিক দিন।ৰাষ্ট্ৰপতিৰ নিচান পাব অসম আৰক্ষীয়ে।এই সন্মানৰ কথা ঘোষণা কৰাৰ পিছতে উৎফুল্লিত হৈ পৰিছে অসম আৰক্ষী।এতিয়ালৈকে ৯খন ৰাজ্যই লাভ কৰিছিল এই নিচান আৰু অসম আৰক্ষী হৈছে ১০ নম্বৰ যিয়ে এই সন্মান লাভ কৰিছে।

Read More

যান বাহনৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি অমিত শ্বাহৰ ভ্ৰমণক লৈ

যান বাহনৰ ক্ষেত্ৰত ব্যাপক সাল-সলনি কৰিছে অমিত শ্বাহৰ ভ্ৰমণক লৈ।৯ আৰু ১০ মে’ত গুৱাহাটীৰ যাতায়ত ব্যৱস্হাৰ ব্যাপক সালসলনি কৰা হৈছে।৯ আৰু ১০ মে'ত বানিজ্যিক বাহনৰ বাবে বন্ধ থাকিব ২৭ আৰু ১৭ নং ঘাইপথ।৯মে’ত পুৱা ৪ বজাৰ পৰা নিশা ৯ বজালৈকে…

Read More

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় সংবাদমেল

আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক সংবাদমেল।সংবাদমেল সম্বোধন কৰে ড০ এল আৰ বিষ্ণুয়ে(বিশেষ আৰক্ষী সঞ্চালক প্ৰধান আইন শৃংখলা। ৰাষ্ট্ৰঃপতিৰ নিচান পাব অসম আৰক্ষীয়ে। 10 মে ত গৃহমন্ত্ৰী অমৃত চাহে প্ৰদান কৰিব ৰাষ্ট্ৰপতি নিচান। অসম আৰক্ষীয়ে IIT গুৱাহাটী ৰ…

Read More

আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন

আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন।এই বিহু সন্মিলনখনে এইবাৰ একাদশ বৰ্ষত ভৰি দিলে।আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আটকধুনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই বিহু সন্মিলনখন।

Read More

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰতিবাদ

মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি ৰাইজৰ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গুৱাহাটী ক্লাৱত।প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ধৰি বহুসংখ্যক লোকে।নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক ৰামটাঙোন সোধাইছে।যাৰ ফলত সাধাৰণ লোকসকল চলা-ফুৰাত অসুবিধা হৈ পৰিছে।

Read More
Back To Top