skip to Main Content

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ।উলুবাৰী উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ মৃতদেহ।বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো।আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো।

Read More

আজি পহিলা ব’হাগ।ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্য

আজি পহিলা বহাগ।অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন।আনন্দত মতলীয়া ৰাজ্যবাসী।সৰুৱে ডাঙৰক সেৱা জনাই বছৰটো যাতে ভালে ভালে যায়।ডাঙৰ সকলে আশীৰ্বাদ কৰে।সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।ন-সাজ পিন্ধে প্ৰকৃতিয়ে।কপৌ ফুল,গছত কুঁহিপাত।প্ৰকৃতিয়ে যেন ন-সাজ হে পিন্ধিছে।

Read More

মানি চলিব লাগিব যান বাহনৰ বহুতো নীতি নিয়ম।অন্যথা ভৰিব লাগিব জৰিমণা

মানি চলিব লাগিব যান বাহনৰ বহুতো নীতি নিয়ম।অন্যথা ভৰিব লাগিব জৰিমণা।পৰিবহন বিভাগৰ কঠোৰ নিৰ্দেশনা।আনন্দত মতলীয়া হৈ তীব্ৰ বেগত যাতে গাড়ী নচলায়।সুৰা পান কৰি গাড়ী যাতে নচলায়।দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেট জৰুৰী আৰু মোবাইল ফোনত কথা পাতি যাতে গাড়ী নচলাই।

Read More

পদূলি মুখত সকলোৰে প্ৰাণৰো প্ৰাণৰ ৰঙালী বিহু

পদূলি মুখত সকলোৰে প্ৰাণৰো প্ৰাণৰ ৰঙালী বিহু। দক্ষিণ পূব গুৱাহাটী বিহু সন্মিলন খনি আটক ধুনীয়াকৈ অনুষ্ঠিত কৰিছে প্ৰত্যেক বাৰৰ দৰে। বিভিন্ন গণ্য মান্য ব্যক্তিৰ উপস্থিতিত শুভাৰম্ভনি কৰা হয় এই বিহু সন্মিলন খনিৰ।

Read More

হোটেল গেটৱে গ্ৰেণ্ডিওৰত টপচেম চিমেণ্টৰ সংবাদমেল

হোটেল গেটৱে গ্ৰেণ্ডিওৰত টপচেম চিমেণ্টৰ এক সংবাদমেল অনুষ্ঠিত হয়।বৃদ্ধাশ্ৰম,শিশু গৃহ আৰু বিশেষ ভাৱে সক্ষম শিশু সকলৰ লগত ৰঙালী বিহু উৎযাপন কৰাৰ প্ৰয়াস কৰিছে।তেওঁলোকে আয়োজন কৰিছে টপচেম ৰঙালী বিহু ২০২২।

Read More

হোটেল গেটৱে গ্ৰেণ্ডইওৰত অনুষ্ঠিত হয় এক সংবাদমেল

হোটেল গেটৱে গ্ৰেণ্ডইওৰত অনুষ্ঠিত হয় এক সংবাদমেল।অহা কালিৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰঙালী নামেৰে এক সুন্দৰ অনুষ্ঠান।জুবিন গাৰ্গৰ লগতে উদিয়মান বহুতো কন্ঠশিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব।

Read More

ভৰলু বচাওঁ শীৰ্ষক এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত

ভৰলু বচাওঁ শীৰ্ষক এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।৩এপ্ৰিলৰ পুৱা ৬বজাত অনুষ্ঠিত কৰিছে ভৰলু পদযাত্ৰা বা ৱাক ফৰ ভৰলু।এই পদযাত্ৰাৰ মুকলি কৰিব গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মাই।

Read More

আজি মহানগৰীৰ ABCত এখন ৰেষ্টুৰেণ্ট মুকলি কৰা হয়

আজি মহানগৰীৰ ABCত এখন ৰেষ্টুৰেণ্ট মুকলি কৰা হয়।যিখনৰ নাম হৈছে Wish Grill।ৰেষ্টুৰেণ্টখন মুকলি কৰে অভিনেত্ৰী অমৃতা গগৈয়ে।সকলোৰে মন পচন্দৰ খাদ্য সম্ভাৰ ইয়াত লাভ কৰিব।

Read More

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী মহানগৰীত পুনৰ সংগঠিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।হাত ভৰি বন্ধা অৱস্হাত উদ্ধাৰ এগৰাকী যুৱতিৰ মৃতদেহ।পানেখাইতিৰ আমগাঁৱত উদ্ধাৰ হৈছে এগৰাকী যুৱতিৰ উলংগ মৃতদেহ।অন্য স্হানত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।

Read More
Back To Top