skip to Main Content

আজি অনুষ্ঠিত হয় গান্ধী পেনোৰমা ২০২২ ৰ চলচিত্ৰ মহোৎসৱ

আজি কটনৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গান্ধী পেনোৰমা চলচিত্ৰ মহোৎসৱ ২০২২। বন্তি প্ৰজলনেৰে শুভাৰম্ভ কৰে ৰাজ্যপাল জগদ্বীশ মুখীয়ে।মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে নিৰ্মিত চলচিত্ৰ সমূহ প্ৰদৰ্শিত হ'ব এই মহোৎসৱত। নৱ প্ৰজন্মক মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে অনুপ্ৰাণিত কৰাৰ বাবে এই প্ৰয়াস।

Read More

আজি ৰঙৰ উৎসৱ ফাকুৱা।বিভিন্ন ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ফাকুৱাৰ উচাহ

আজি ৰঙৰ উৎসৱ ফাকুৱা।বিভিন্ন ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ফাকুৱাৰ উচাহ দেখিবলৈ পোৱা গৈছে।দুটা বৰ্ষত ক'ভিডৰ বাবে একেবাৰে ম্লান পৰি গৈছিল এই উৎসৱটো।আৰু আজি সকলোৱে উলহ মালহেৰে পালন কৰা দেখা গৈছে ৰঙৰ উৎসৱ ফাকুৱা।

Read More

আজি অটল বিহাৰী বাজপেয়ীৰ জন্মদিন,দীঘলীপুখুৰী পাৰত ‘সুশাসন দিৱস’ পালন…

আজি ভাৰত ৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্মদিন ৷সমগ্ৰ দেশৰ লগতে বাজপেয়ীৰ জন্মদিন উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰী পাৰতো অনুষ্ঠিত কৰা হয় বিশেষ কাৰ্যসূচীৰ।বিজেপি, অসম প্ৰদেশৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ জিলাৰ সহযোগত দীঘলীপুখুৰীপাৰত অনুষ্ঠিত কৰা হয় 'সুশাসন দিৱস'৷

Read More
Back To Top