Skip to content

জন ঔষধি দিৱস উপলক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।এই অনুষ্ঠানত উপস্হিত থাকি বক্তব্য দাঙি ধৰে প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰিয়াই।

Read more

পলায়নৰ পথ হৰাৰ আগতেই ঠিক কৰি থৈছে অখিল গগৈয়ে:পবিত্ৰ মাৰ্ঘেৰিটা

ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা চৰ্চিত ৰাজনৈতিক বিষয়ৰ ওপৰত বক্তব্য ৰাখে।পলায়নৰ পথ হৰাৰ আগতেই ঠিক কৰি থৈছে অখিল গগৈয়ে:পবিত্ৰ মাৰ্ঘেৰিটা।

Read more

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়।

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেল সম্বোধন কৰে কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষ মনজিৎ মহন্তই।মাজুলিৰ নিৰ্বাচনী প্ৰচাৰত কৰা মন্তব্যৰ বিৰোধিতা কৰি এই সংবাদমেল কংগ্ৰেছৰ সংবাদ মাধ্যমৰ অধ্যক্ষ মনজিৎ মহন্তৰ।

Read more

চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিৰ আশাত বন্দী হৈ আছে জনগন:অজিত ভূঞা

অজিত ভূঞাৰ সংবাদমেল।অসমৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে।অসমীয়াৰ মাটি-ভেটি নিলাম কৰি আন এক আক্ৰমণ চলাইছে চৰকাৰে।পানীৰ দৰত কেনেকৈ কাগজ কলৰ মাটি আৰু যন্ত্ৰ পাতি বিক্ৰীৰ কথা ভাবিছে।মাজুলীৰ ভোটাৰ ৰাইজে বিজেপি দলৰ চৰকাৰৰ কামক ইতিমধ্যে বুজি উঠিছে:অজিত ভূঞা।

Read more

NSUI প্ৰতিবাদ ৰাজীৱ ভৱনত

আজি ৰাজীৱ ভৱনত NSUI প্ৰতিবাদ কৰে।বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি প্ৰতিবাদ এচাম ছাত্ৰ-ছাত্ৰীৰ।ইউক্ৰেইন আৰু ৰাছিয়া মাজত চলি থকা যুদ্ধৰ বাবে ভাৰত ছাত্ৰ-ছাত্ৰী সকল আবদ্ধ হৈ আছে।তেওঁলোকক উভতাই আনিবলৈ প্ৰতিবাদ।

Read more

আজি “অসমীয়া বিজেপি বার্তা”ৰ উন্মোচন কৰে

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ জেষ্ঠ নেত্ৰী বাসন্তী কলিতা দুৱৰা ডাঙৰীয়ানীয়ে মাৰ্চ মাহৰ "অসমীয়া বিজেপি বার্তা"ৰ উন্মোচন কৰিব।

Read more

বি জে পি প্ৰাৰ্থী কেতবোৰ ভয়ংকৰ তথ্য ৰাজহুৱা কৰিলে কংগ্ৰেছে

মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বি জে পি প্ৰাৰ্থী ভূৱন গাম ব্যৱসায়িক বিস্তৃতিৰ আঁৰৰ ৰহস্য আৰু ৰাজনৈতিক নেতা আৰু আমোলাৰ সৈতে গঢ়ি তোলা সম্পৰ্কৰ বিষয়ে কেতবোৰ ভয়ংকৰ তথ্য ৰাজহুৱা কৰিলে আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ…

Read more

চি পি আই(এম)ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক সংবাদমেল।

আজি চি পি আই(এম)ৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত হয়।আগন্তুক পৌৰ সভা নিৰ্বাচনক লৈও বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে।পৌৰ সভা নিৰ্বাচনৰ প্ৰাৰ্থীসকলক লৈ তেওঁলোক আশাবাদী বুলিও মন্তব্য কৰে।

Read more

আজি PM Gatishakti বাবে North-East Zonal Conference কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰে সংবাদমেলৰ সম্বোধন কৰে।

আজি PM Gatishakti বাবে North-East Zonal Conference কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰে সংবাদমেলৰ সম্বোধন কৰে।সংবাদমেলত উপস্থিতি থাকে North-East Zonal Conference বিশিষ্ট ব্যক্তিসকল।

Read more

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মায়ে আজি PM Gatishakti বাবে North-East Zonal Conferenceত ভাষণ প্ৰদান কৰে।

গুৱাহাটীত অনুষ্ঠিত PMGatiShakti মাষ্টাৰ প্লেনৰ বাবে North-East Zonal Conferenceত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী,কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী; অসম চৰকাৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ মাননীয় মন্ত্ৰীসকল উপস্থিতি থাকে।

Read more
Back To Top