skip to Main Content

চৰকাৰী কৰ্মচাৰীৰ কাম নাই, সেয়ে মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীক এতিয়া চিনেমা চাবলৈ দিছে:অপূৰ্ব ভট্টাচাৰ্য্য।

মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যৰ প্ৰতিক্ৰিয়া।ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বাবে এতিয়া ৰান্ধনীয়ে পাকঘৰত তলা মাৰিব লগীয়া পৰিবেশ হৈছে।দেশবাসীক কাশ্মীৰ ফাইলছ দেখুৱাই আবেগিক কৰি এতিয়া পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি কৰিছে চৰকাৰে।বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৩০ ইউনিতকৈ বিজুলী বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি…

Read More

পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সাধাৰণ জনতাক

ক'ভিডসৃষ্ট পৰিৱেশে অৰ্থনৈতিভাৱে জুৰুলা কৰা অসমবাসীৰ মূৰত মূল্যবৃদ্ধিৰ ৰামটাঙোন।বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ লগতে ৫০টকাকৈ ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

Read More

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চচলত ধৰ্ণা কাৰ্যসূচী

আজি চচলত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মাইক্ৰফাইনেণ্স ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে কৰা প্ৰতাৰণাৰ বাবে।এই ক্ষেত্ৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদকৰ মন্তব্য।

Read More

মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে কৰা অবহেলাৰ বাবে ধৰ্ণা কাৰ্যসূচী

মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে কৰা অৱহেলাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।মাইক্ৰফাইনেন্সৰ ঋণ মাফৰ ক্ষেত্ৰত চৰকাৰে গাঁৱৰ সাধাৰণ মহিলা সকলক ঠগি আহিছে বুলিও মন্তব্য প্ৰকাশ কৰে মহিলাসকলে।

Read More

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়

আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যদেৱে।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীৰ্যক মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যদেৱে।

Read More

আজি অনুষ্ঠিত হয় গান্ধী পেনোৰমা ২০২২ ৰ চলচিত্ৰ মহোৎসৱ

আজি কটনৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় গান্ধী পেনোৰমা চলচিত্ৰ মহোৎসৱ ২০২২। বন্তি প্ৰজলনেৰে শুভাৰম্ভ কৰে ৰাজ্যপাল জগদ্বীশ মুখীয়ে।মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে নিৰ্মিত চলচিত্ৰ সমূহ প্ৰদৰ্শিত হ'ব এই মহোৎসৱত। নৱ প্ৰজন্মক মহাত্মা গান্ধীৰ নীতি আদৰ্শেৰে অনুপ্ৰাণিত কৰাৰ বাবে এই প্ৰয়াস।

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ এক সংবাদমেল অনুষ্ঠিত হয়

চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকীকৰণৰ বাবে এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।সদৌ অসমৰ নতুনকৈ প্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ ২১০৭ জন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তিখিনি মুখ্যমন্ত্ৰীয়ে কোন মাহত তথা কিমান তাৰিখে দিব তাৰ ওপৰত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে।আৰু বহুকেইটা গুৰুত্বপূৰ্ণ…

Read More

আজি চচলত সদৌ অসম শিক্ষক কৰ্মচাৰী সন্হাৰ অনশন কাৰ্যসূচী

সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্হাৰ আহ্বানত সমগ্ৰ অসমৰ ২০১৭-১৮চনৰ বিদ্যালয় প্ৰাদেশীকৃত আইন খনৰ পৰা বাদ পৰা অসমৰ ভেঞ্চাৰ শিক্ষক সকলৰ পদ প্ৰাদেশিকীকৰণৰ দাবীৰে চচলত আজি এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

Read More

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদমেল অনুষ্ঠিত হয় তেওঁ লোকৰ মুখ্য কাৰ্যালয়ত।অজন্তা নেওঁগৰ বিত্তীয় বাজেট দাখিল সন্দৰ্ভত এই সংবাদমেল অনুষ্ঠিত হয়।সংবাদমেলত মন্তব্য প্ৰকাশ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ Jeneral Secretary ৰাহুল চেত্ৰীয়ে।

Read More

আজি DC officeত এক সংবাদমেল অনুষ্ঠিত হয়

আজি DC officeত এক সংবাদমেল অনুষ্ঠিত হয়।গুৱাহাটীবাসীৰ পানীৰ সমস্যাৰ ওপৰত আলোচনা কৰা হয় উক্ত সংবাদমেলত।ফাগুণ,চ'ত মাহত প্ৰায় সকলো লোকৰে কুঁৱা শুকাই যায়।গতিকে গুৱাহাটীবাসী সকলো লোকে যাতে পানীৰ বাবে হাহাকাৰ কৰিব লগা অৱস্হা নহয় তাৰ এটা স্হায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগিব…

Read More
Back To Top