Skip to content

আজি শংকৰদেৱ কলাক্ষেত্ৰত স্বনামধন্য প্ৰয়াত দীপক কুমাৰ বৰঠাকুৰ দেৱলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন।

আজি শংকৰদেৱ কলাক্ষেত্ৰত স্বনামধন্য প্ৰয়াত দীপক কুমাৰ বৰঠাকুৰ দেৱলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন।এই অনুষ্ঠানত উপস্হিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধীকাৰ জন্নাৰ্দন দেৱগোস্বামীৰ লগতে আৰু বহু জন স্বনামধন্য ব্যক্তি।

Read more

অসমীয়াৰ জাতীয় আৱেগক লৈ ৰাজনীতিৰ কৰাৰ অধিকাৰ নাই:লক্ষ্য কোঁৱৰ।

লক্ষ্য কোঁৱৰ সংবাদমেল। মাজুলীৰ নিৰ্বাচনত AIUDFৰ অজাপ ক সমৰ্থন কৰিছে।ইয়াক আমি সহজ ভাৱে লব নোৱাৰো।আন্দোলনৰ মাজেৰে জন্ম অজাপই কৈছিল অসমীয়াৰ পক্ষত থকা এটা দল অজাপ।ৰাষ্ট্ৰীয় দল,সাম্প্ৰদায়িক দলৰ লগত নাযায়।কিন্তু এতিয়া উপনিৰ্বাচনত খেলিব।অসমৰ সত্ৰ বেদখলৰ মূল নায়ক AIUDF । তেঁওলোকৰ লগতে…

Read more

মমিনুল আৱল মতে অজাপ দলটো ধেৰুৱা লাই শাক

লুৰিন পূৰ্ব বংগীয় মুলৰ মুছলমানৰ প্ৰবক্তা।লুৰিনৰ দলটো গঠন কৰিছে আন্তৰাষ্ট্ৰীয় এজেন্দা লৈ।লুৰিনৰ কাৰণে অবৈধ প্ৰবজনকাৰী আলাসৰ লাডু।অজাপ দলটো ধেৰুৱা লাই শাক:মমিনুল আৱল।

Read more

কলাক্ষেত্ৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

কলাক্ষেত্ৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ৰাষ্ট্ৰপতিৰ সৈতে আছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী। ৰাষ্ট্ৰপতিয়ে বন্তি প্ৰজ্বলনেৰে মুকলি কৰিব লাচিত বৰফুকনৰ ৪০০ বছৰীয়া বছৰজোৰা জন্মজয়ন্তী কাৰ্যসূচী। ভাৰ্ছুৱেলী ৰাষ্ট্ৰপতিয়ে আলাবৈ ৰণৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব। যোৰহাটৰ লাচিত বৰফুকন মৈদামত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা পাৰ্কৰ আধাৰশিলা…

Read more

কামাখ্যা মন্দিৰত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

কামাখ্যাত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ৰাষ্ট্ৰপতিৰ সৈতে আছে ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী।কামাখ্যা মন্দিৰত পূজা কৰি ৰাষ্ট্ৰপতি গৰাকীক ৰাওনা হয় কইনাধৰালৈ। কইনাধৰাতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ৰাষ্ট্ৰপতিয়ে। ৫.২০ বজাত কইনাধৰাৰ পৰা কলাক্ষেত্ৰলৈ যাত্ৰা কৰিব। ৫.৩০ বজাত উপস্থিত হ’ব কলাক্ষেত্ৰত। ৰাষ্ট্ৰপতিয়ে বন্তি প্ৰজ্বলনেৰে মুকলি…

Read more

আজি আম আদমী পাৰ্টিৰ এক সংবাদমেল অনুষ্ঠিত হয়।

আজি আম আদমী পাৰ্টিৰ এক সংবাদমেল অনুষ্ঠিত হয় গণেশগুৰিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।সঘনাই ঘটি থকা হত্যাকাণ্ডৰ ওপৰতে চৰকাৰক প্ৰশ্ন কৰি এই সংবাদমেল আম আদমী পাৰ্টিৰ।বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে উক্ত সংবাদমেল খনত।

Read more

বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৫ জন ভিন্ন লোকক গৃহ আৱণ্টন কৰি দিবৰ বাবে আয়ুক্তলৈ পত্ৰ লিখিছিলে

বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৫ জন ভিন্ন লোকক গৃহ আৱণ্টন কৰি দিবৰ বাবে ২০০৪ চনৰ ফেব্ৰুৱাৰী, ২০০৪ ছেপ্টেম্বৰ মাহত অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ অধ্যক্ষ আৰু আয়ুক্তলৈ লিখে পত্ৰ:কংগ্ৰেছৰ মিডিয়া বিভাগৰ তত্বাৱধায়ক মনজিৎ মহন্ত।

Read more

সাংসদ প্ৰদ্যুৎ বৰদলৈ সংবাদমেল

মোদী চৰকাৰে পুজি পতিক চৰকাৰী সম্পদ, ৰাজহুৱা ধনৰে কেনেকৈ আৰু ধনী হোৱাত সহায় সেই চিন্তা কৰিছে।আকৌ পতঞ্জলী অসমলৈ আহিছে, কাৰণ অসমত পাম অইলৰ খেটি কৰিব।পাম অইলৰ খেটি কৰাৰ পাছত অসমত ভুমিৰ উব্বৰতা, সজীৱতা নাইকিয়া শেষ হৈ যাব বুলি মন্তব্য প্ৰদ্যুৎ…

Read more

ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব ল’ব কেন্দ্ৰীয় চৰকাৰে:হিমন্ত বিশ্ব শৰ্মা,ৰে’লৱে মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়াৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

ইউক্ৰেইনত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব ল'ব কেন্দ্ৰীয় চৰকাৰে:হিমন্ত বিশ্ব শৰ্মা।ইউক্ৰেইনত ইটোৰ পিছত সিটোকৈ আক্ৰমণ ৰাছিয়াৰ। কৰিছে মিছাইল আক্ৰমণ। মৃত্যু ঘটিছে ১০০জনৰো অধিক লোকৰ। ৰে'লৱে ৰ ৫৮ বিঘা মাটি বহিৰাগত বণিয়াৰ হাতত তুলি দিয়াৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে।

Read more

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বিজেপিৰ সংকল্প পত্ৰ

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা উপস্থিতিত হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আনুষ্ঠানিক ভাবে মুকলি কৰা হয় পৌৰসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সংকল্প পত্ৰ। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে এই সংকল্প পত্ৰ। 

Read more
Back To Top