skip to Main Content

ৰাজ্যসভাত দুয়োখন আসনৰ বাবে এটা ভোটহে কম আছে বিজেপিৰ,ধনৰ অপচয় ৰোধ কৰিবলৈ ছেবাই পুৰণি প্ৰশ্নকাকতেৰে অনুষ্ঠিত কৰিব পৰীক্ষা।

মুখ্যমন্ত্ৰীয়ে কয়,ধনৰ অপচয় ৰোধ কৰিবলৈ ছেবাই পুৰণি প্ৰশ্নকাকতেৰে অনুষ্ঠিত কৰিব পৰীক্ষা। বিগত বৰ্ষৰ অব্যৱহৃত প্ৰশ্নকাকত নষ্ট কৰাৰ প্ৰয়োজন নাই। ছাত্ৰ-ছাত্ৰীৰ কোনো অসুবিধা নহয় বুলি অভয়বাণী মুখ্য়মন্ত্ৰীৰ।ৰাজ্যসভাত দুয়োখন আসনৰ বাবে এটা ভোটহে কম আছে বিজেপিৰ। এটা ভোটত ৰিস্ক লৈ নিৰ্বাচন খেলাটো…

Read More

আজি চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজৰ দলে।

আজি চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজৰ দলে।এই কাৰ্যসূচীত নেতৃত্ব দিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।১ লাখ নিবনুৱাক নিযুক্তিৰ দাবিৰে এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজৰ দলে।

Read More

আজি টাজ ভিভান্তাত এক সংবাদমেল অনুষ্ঠিত হয়।

আজি টাজ ভিভান্তাত এক সংবাদমেল অনুষ্ঠিত হয়।প্ৰধানমন্ত্ৰীৰ Vocal for Local আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বিষয়ে সজাগ কৰাৰ এক প্ৰয়াস।

Read More

চকুলো টুকি সংবাদ মেল টেট উত্তীৰ্ণ শিক্ষকৰ

চকুলো টুকি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল টেট উত্তীৰ্ণ শিক্ষকৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা দি , কথা নাৰাখিলে ৬৬৭ গৰাকী শিক্ষকৰ বলিপঠা হল ইউনিক আই ডি প্ৰাপ্ত বিশেষ টেট উত্তীৰ্ণ শিক্ষক।২০০৩ চনৰ পৰাই সৰ্বশিক্ষা অভিযান মিছনৰ যোগেদি শিক্ষক হিচাপে সেৱা…

Read More

আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক সংবাদমেল।

আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক সংবাদমেল।সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যদেৱে।পৌৰ সভা নিৰ্বাচনৰ ফলাফল ৰ ওপৰত মন্তব্য ৰাখি উক্ত সংবাদমেলখন অনুষ্ঠিত কৰে।

Read More

আজি নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় এক সংবাদমেল।

আজি নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হয় এক সংবাদমেল।অসম অলিম্পিক সন্থা,অসম ফুটবল সন্থা,গুৱাহাটী ক্ৰীড়া সন্থা আৰু গুৱাহাটী টাউন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।ক'ভিডৰ কাৰণে বহুত দিন বিভিন্ন খেল সমূহ বন্ধ হৈ আছিল।কিন্তু এতিয়া সকলো পৰিস্থিতি ঠিক হোৱাৰ বাবে ক্ৰীড়া খেত্ৰখন আগোৱাই…

Read More

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মেট্ৰিকক লৈ ছেৱাই লোৱা সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ

পুৰণি প্ৰশ্নকাকত আৰু পুৰণি উত্তৰবহীৰে উচ্চ মাধ্যমিক আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰি "ছেবা"ই অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰিবলৈ লোৱা সিদ্ধান্তক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে আৰু অসমৰ ছাত্ৰ-ছাত্ৰীৰ মূৰখোৱা এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰি নতুন…

Read More

আজিৰে পৰা আৰম্ভ হয় ৪৩সংখ্যক Athletics Championship 2022

আজিৰে পৰা আৰম্ভ হয় ৪৩সংখ্যক Athletics Championship 2022।ইন্দিৰা গান্ধী Athletics Stadiumত ৪৩সংখ্যক Junior-Senior Athletics Championship 2022 আজি শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানৰ শুভাৰম্ভণি কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰাই।ক্ৰীড়াৰ লগত জড়িত বহুজন ব্যক্তিৰ উপৰিও উপস্হিত থাকে মন্ত্ৰী যোগেন মোহন।

Read More

আজিৰ কেবিনেট বৈঠকতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে

সোমবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকতো বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদমেল। কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ হ'ল- আজিৰ পৰা অসমত নাথাকিব ৰেভিনিউ টাউন। গাওঁ…

Read More

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।

জন ঔষধি দিৱস উপলক্ষে এক সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।এই অনুষ্ঠানত উপস্হিত থাকে সাংসদ কুইন ওজা,প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহুতো গণ্যমান্য ব্যক্তি।ভিডিঅ’ কণফাৰেঞ্চ যোগে উপস্হিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

Read More
Back To Top