skip to Main Content

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী মহানগৰীত পুনৰ সংগঠিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।হাত ভৰি বন্ধা অৱস্হাত উদ্ধাৰ এগৰাকী যুৱতিৰ মৃতদেহ।পানেখাইতিৰ আমগাঁৱত উদ্ধাৰ হৈছে এগৰাকী যুৱতিৰ উলংগ মৃতদেহ।অন্য স্হানত হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ।

Read More

আজি গুৱাহাটী মহানগৰীত প্ৰশাসনৰ তালাচী অভিযান

আজি গুৱাহাটী মহানগৰীত প্ৰশাসনৰ তালাচী অভিযান।সুৰা পান কৰি কোনো লোকে যাতে গাড়ী নচলায় তাৰ পৰিপেক্ষীততেই এই অভিযান প্ৰশাসনৰ।কোনো ধৰণৰ অপ্ৰিতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে পুলিচ প্ৰশাসনৰ এইদৰে ঠায়ে ঠায়ে তালাচী অভিযান।

Read More

গাড়ীগাওঁ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলিৰ এনকাউন্টাৰত মৃত্যু।

গাড়ীগাওঁ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলিৰ এনকাউন্টাৰত মৃত্যু।আন চাৰিজন অভিযুক্ত বৰ্তমানেও পলাতক হৈ আছে।পুলিচৰ পিষ্টল কাঢ়ি পলাবলৈ লোৱা অৱস্হাত উপায়বিহিন হৈ গুলীয়াবলৈ বাধ্য হয়।

Read More

The Kashmir Files উপভোগ কৰিবলৈ PVR চিনেমা হলত উপস্থিত মুখ্যমন্ত্ৰী

The Kashmir Files উপভোগ কৰিবলৈ PVR চিনেমা হলত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ BJP, AGP আৰু UPPLৰ প্ৰতিজন মন্ত্ৰী-বিধায়ক।

Read More

পুনৰ গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

পুনৰ গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।হেদায়াৎপুৰৰ এটা ভাড়াঘৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।গ্ৰেপ্তাৰ কৰা হৈছে তিনি জন ব্যক্তিক।লতাশীল আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

Read More

মহানগৰীৰ দীঘলীপুখুৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ।

মহানগৰীৰ দীঘলীপুখুৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ।পানীত ওপঙি থকা অৱস্হাত উদ্ধাৰ মৃতদেহটো।উৱলি যোৱা অৱস্হাত উদ্ধাৰ মৃতদেহটো।মৃতদেহটোৰ কোনো পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Read More

মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

মহানগৰীৰ ছাত্ৰীবাৰীত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই ঘৰৰ সন্মুখতে নিচেই কাষৰ পৰা গুলীয়াই হত্যা কৰে ব্যৱসায়ী আদেশ যাদৱক।মেডিকেলত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

Read More

মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।

মহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা।প্ৰেমৰ বাবে পশ্চিমবংগৰ পৰা আহি গুলীয়ালে প্ৰেমিকাৰ ককায়েকক।মহানগৰীৰ বশিষ্ঠতৰ বঙালী বস্তিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।আৰক্ষীয়ে ধৃত যুৱকজনক ইতিমধ্যে কৰায়ত্ত কৰিছে।যুৱকজনৰ নাম হৈছে প্ৰেম কুমাৰ দেৱনাথ।

Read More

গুৱাহাটী ৰে’ল ষ্টেচনত ১ কোটি ৪৮ লাখ ৩০ হাজাৰ টকা জব্দ

গুৱাহাটী ৰে'লৱে প্ৰায় জব্দ ১ কোটি ৪৮ লাখ ৩০ হাজাৰ টকা। ৰে'ল আৰক্ষীৰ জালত ৩ জনকৈ লোক।তেজছ এক্সপ্রেছৰে দিল্লীলৈ নিয়াৰ পৰিকল্পনা আছিল ধন খিনি।আগৰতলাৰ পৰা আহিছিল লোক কেইজন ।

Read More

মহানগৰীৰ পাণবজাৰত আটক ড্ৰাগছ সৰবৰাহকাৰী।

মহানগৰীত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান।পাণবজাৰত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক।ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম অম্বৰীশ হাজৰিকা।ধৃত অম্বৰীশৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১৬টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ।

Read More
Back To Top