skip to Main Content

সৰুসজাইত পুনৰ মুকলি হ’ল ক’ভিড হাস্পতাল।৩০০ICU ৰ সৈতে মুঠ ৪৩০ খন বিচনা সাজু ক’ভিড ৰোগীৰ বাবে

সৰুসজাইত পুনৰ মুকলি হ'ল ক'ভিড হাস্পতাল।৩০০ICU ৰ সৈতে মুঠ ৪৩০ খন বিচনা সাজু ক'ভিড ৰোগীৰ বাবে।সৰুসজাই হাস্পতাল পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।বহি:ৰাজ্যৰ পৰা অহা লোকসকলক ৰখা হ'ব এই হাস্পতালত।

Read More

দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ।২৪ ঘন্টাত আক্ৰান্ত ৯০ হাজাৰৰো অধিক

দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ।২৪ ঘন্টাত আক্ৰান্ত ৯০ হাজাৰৰো অধিক।যোৱাকালিৰ দিনটোত বৃদ্ধি পাইছে ৫৬.৫ শতাংশ লোক।ক'ভিডৰ লগতে সমানে বৃদ্ধি পাইছে অমিক্ৰণৰ সংখ্যা।দেশত ২২০০ৰো অধিক লোক আক্ৰান্ত ক'ভিডত।

Read More

ৰাসায়নিক গেছ নিৰ্গত হৈ ৬জনৰ মৃত্যু গুজৰাটত।জীৱন মৃত্যুৰে যুঁজিছে ২৫জন লোকে

গুজৰাটৰ ছুৰাটত পুৱতি নিশা সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ছুৰাটৰ GIDSঅঞ্চলত এখন টেংকাৰৰ পৰা ৰাসায়নিক গেছ নিৰ্গত হোৱাৰ ফলত ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে মৃত্যুৰ সৈতে যুঁজি আছে ২৫ জনকৈ লোকে।টেংকাৰৰ পৰা নিৰ্গত হোৱা গেছে সমগ্ৰ অঞ্চল ছানি ধৰে।মৃত্যুৰ সংখ্যা বৃদ্ধি…

Read More

স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা,জৰুৰীকালীন তথা সংকটজনক অৱস্থাত থকা ৰোগীয়ে কৰিব নালাগে ক’ভিড টেষ্ট

স্বাস্থ্য বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা,জৰুৰীকালীন তথা সংকটজনক অৱস্থাত থকা ৰোগীয়ে কৰিব নালাগে ক'ভিড টেষ্ট।ক'ভিড ৰিপৰ্ট নাথাকিলেও কৰিব লাগিব চিকিৎসা।চৰকাৰী-বেচৰকাৰী সকলো চিকিৎসালয়তে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা।পূৰ্বে বহু ৰোগীক ক'ভিড টেষ্ট নকৰাকৈ প্ৰদান কৰা নাছিল চিকিৎসা সেৱা,ফলত নানা হাৰাশাস্তিৰ সন্মুখীন হ'ব লগীয়া হৈছিল…

Read More

অসম পালেহি অমিক্ৰন

অসম পালেহি অমিক্ৰন।অমিক্ৰনত আক্ৰান্ত প্ৰথমগৰাকী অসমৰ ব্যক্তি সোণাপুৰত চিনাক্ত কৰা হৈছে। সোণাপুৰৰ ভাড়াতীয়া মুন্না দাস আৰু পুৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰ ৰোহন দাসৰ দেহত ধৰা পৰিছে কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনৰ।কৰ্মসুত্ৰে মুম্বাইত কৰ্মৰত মুন্না দাসৰ পৰিয়ালটো কিছু দিন পূৰ্বে মেঘালয়লৈ গৈছিল।আৰু…

Read More

ক’ভিডৰ মাজতে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা,অসমত লকডাউন নহয়

ভয়ংকৰ ৰূপত পুনৰ আহিছে ক'ভিড।বহুকেইজন ধৰা পৰিছে ক'ভিডত আক্ৰান্ত ৰোগী।সকলোৰে মনত প্ৰশ্নও উত্থাপন হৈছিল যে পুনৰ হ'ব নেকি লকডাউন?কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে অসমত লকডাউন নহয়।সকলোৱে ক'ভিড প্ৰট'কল সুন্দৰভাৱে পালন কৰি কাম কৰিলে লকডাউনৰ দৰকাৰ নাই।

Read More

বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক’ভিড আক্ৰান্তৰ সংখ্যা

বিমান বন্দৰত ভয়াৱহভাৱে পোহৰলৈ আহিছে ক'ভিড আক্ৰান্তৰ সংখ্যা।বৰ্তমানলৈ ২৯ গৰাকী ক'ভিড পজিটিভ ৰোগী পোৱা গৈছে বিমান বন্দৰত।বিমানবন্দৰত থকা স্ক্ৰীণিং চেন্টাৰত বহি:ৰাজ্যৰ বিমান যাত্ৰীৰ দেহত প্ৰতিদিনে ধৰা পৰিছে ক'ভিড পজিটিভ।সেয়েহে এতিয়া চিন্তাত পৰা দেখা গৈছে স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য়বাসী।

Read More

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ক’ভিড পজিটিভ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ক'ভিড পজিটিভ।এই কথা টুইটযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।লগতে ইয়াকো জনায় যে তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিক ক'ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনায়।মুখ্য়মন্ত্ৰীগৰাকী OMICRONৰ দ্বাৰা সংক্ৰমিত হৈছে নে নাই বৰ্তমানেও এই কথা স্পষ্ট হোৱা নাই।

Read More

আজিৰেপৰা কিশোৰ-কিশোৰীক ক’ভিড ভেকচিন প্ৰদান অভিযান

সমগ্র দেশৰ লগতে মহানগৰীতো আজিৰে পৰা আৰম্ভ হৈছে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক ক'ভিড ভেকচিন প্ৰদান অভিযান।সেই অনুসৰি আজি গুৱাহাটী মহানগৰীৰ ১৫ খন বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হব কভিড ভেকচিন। ভেকচিন প্ৰদান কৰা বিদ্যালয়সমূহ হৈছে- কামৰূপ একাডেমী, ডনবস্ক স্কুল পাণবজাৰ, কটন…

Read More

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধ

আজিৰে পৰা MMCHৰ চিকিৎসা সেৱা বন্ধ।MMCHৰ সলনি ধীৰেণপাৰা, পাণ্ডু FRUত ৰোগীক চিকিৎসা কৰা হ'ব।গুৱাহাটীত হ’ব দ্বিতীয়খন মেডিকেল কলেজ হাস্পতাল।আন্তঃগাঁথনিৰ উন্নীতকৰণ হ’ব MMCHৰ।

Read More
Back To Top