skip to Main Content

ক’ভিড টেষ্টক লৈ নতুন নিৰ্দেশনা।পাঁচ দিনৰ পিছতে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব ক’ভিড আক্ৰান্ত ৰোগীক।

ক'ভিড টেষ্টক লৈ নতুন নিৰ্দেশনা ৰাজ্য চৰকাৰৰ।পাঁচ দিন চিকিৎসালয়ত থকাৰ পিছতে যাবলৈ দিয়া হ'ব ক'ভিড আক্ৰান্ত ৰোগীক।ঘৰত দুদিন হোম আইচ'লেচনত থাকিব লাগিব ৰোগীজন।চিকিৎসালয়ৰ পৰা যোৱাৰ সময়ত ক'ভিড টেষ্ট বাধ্যতামূলক নহয়।৭দিনৰ পিছত ৰোগীজন ক'ভিড মুক্ত বুলি ধৰি লোৱা হ'ব।

Read More

হঠাতে দিয়া হ’ব নেকি পুনৰ লকডাউন?

দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ।দৈনিক বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।বিশ্ব স্বাস্থ্য সংস্থাই লকডাউন সন্দৰ্ভত মন্তব্য আৰোপ কৰিছে।ক'ভিডক প্ৰতিহত কৰিবলৈ লকডাউনতকে বেলেগ ব্যৱস্থা কৰিব লাগে।এই মন্তব্য WHO ৰ প্ৰতিনিধি ৰড্ৰিকো এছ আফ্ৰিনৰ।তেওঁৰ মতে লকডাউনে সকলোকে জুৰুলা কৰি পেলাইছে।

Read More

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বৃদ্ধি কোভিডত আক্ৰান্ত লোকৰ সংখ্যা

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত লোকৰ সংখ্যা। কামৰূপ জিলাত সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ১৬৬৯ জনলৈ। মঙলবাৰে কামৰূপ জিলাত ৩৬১জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ। সকলো চৰকাৰী কাৰ্যালয়ত বাধ্যতামূলক কৰা হৈছে কোভিড টেষ্ট। বৰ্তমান ৰাজহুৱা…

Read More

ভেকচিন নোলোৱা লোক সকল সাৱধান।ভেকচিন নললে নাপাব দৰমহা।

ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে সৰৱ ৰাজ্য চৰকাৰ।আজিৰে পৰা প্ৰযোজ্য হ'ল No Vaccine No Entry।আজিৰে পৰা ৰাজ্যত প্ৰযোজ্য হ'ল ভেকচিন নোলোৱা লোকসকলৰ বাবে নতুন ক'ভিড বিধি।ক'ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

Read More

কোভিডত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কোভিড আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। ৬৪ বছৰীয়া কেন্দ্ৰীয় মন্ত্ৰীজনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ নিজকে পৃথক কৰি ৰাখিছে। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।

Read More

সকলোৱে কৰিব নালাগে ক’ভিড পৰীক্ষা। ICMRৰ নতুন নিৰ্দেশনা

ক'ভিড পৰীক্ষাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিলে ICMRয়ে।সকলোৱে কৰিব নালাগে ক'ভিড পৰীক্ষা।ক'ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিয়ে কৰিব নালাগে ক'ভিড পৰীক্ষা।কেৱল HIGH RISKত থকা ব্যক্তিকেইজনেহে কৰিব লাগিব ক'ভিড পৰীক্ষা।বিশেষকৈ ৬০ৰ উদ্ধৰ ব্যক্তিসকলৰ দেহত ধৰা পৰে ক'ভিডৰ HIGH RISK।ডায়েবেটিছ,উচ্চ ৰক্তচাপ,বৃক্কৰ ৰোগত…

Read More

ক’ভিডত আক্ৰান্ত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ

ক'ভিডত আক্ৰান্ত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ।সম্প্ৰতি মুম্বাইৰ ব্ৰীচকেন্দী হাস্পাতালত চিকিৎসাধীন লতা মংগেশকাৰ। ICUত ৰখা হৈছে লতা মংগেশকাৰক।

Read More

বিগবজাৰ, ৰুদ্ৰাক্ষ মলত প্ৰশাসনৰ অভিযান

গুৱাহাটীত কোভিড প্ৰ’টকল সন্দৰ্ভত বিভিন্ন স্থানত জিলা প্ৰশাসনৰ অভিযান।বিগবজাৰ, ৰুদ্ৰাক্ষ মলত প্ৰশাসনে চলাইছে এই অভিযান।মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান প্ৰশাসনৰ।অভিযানৰ সময়ত দুয়োপালি ভেকচিনৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰিছে প্ৰশাসনৰ লোকে।নতুন SOP প্ৰকাশৰ পাছতে তৎপৰ হৈছে মহানগৰ প্ৰশাসন।SOP ভংগ কৰিলে শ্বপিং মলৰ…

Read More

কোৰোনাত আক্ৰান্ত বিজেপিৰ সভাপতি আৰু প্ৰতিৰক্ষা মন্ত্ৰী

কোৰোনাত আক্ৰান্ত বিজেপিৰ সভাপতি জে পি নড্ডা আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।দুগৰাকীয়ে টুইটাৰযোগে সদৰি কৰিছে এই কথা।কোভিড টেষ্টৰ ফলাফলৰ পাছতে বিজেপিৰ সভাপতি জে পি নড্ডা নিজকে হোম আইছ’লেশ্যন কৰিছে।

Read More

ভয়াৱহ ক’ভিড সংক্ৰমণৰ বাবে বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ

বৰ্তমানৰ উৰিষ্যাৰ ক'ভিড-19ৰ পৰিস্থিতি ভয়াবহ।ৰাজ্যখনৰ চৰকাৰে এই কথালৈ লক্ষ্য কৰি বিশ্ববিখ্যাত পুৰীৰ জগন্নাথ মন্দিৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।চলিত মাহৰ ১০ তাৰিখৰ পৰা ৩১ তাৰিখলৈ বন্ধ থাকিব পুৰীৰ জগন্নাথ মন্দিৰ।মন্দিৰ পৰিচালকৰ লগতে একাংশ কৰ্মচাৰীও ক'ভিডত আক্ৰান্ত হৈছে।ক'ভিড-19ৰ সংক্ৰমণৰ বাবে এনে…

Read More
Back To Top