Skip to content

লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ

আজিৰে পৰা হোজাইৰ লামডিং বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান। দুদিনীয়াকৈ উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চলখনত।প্ৰথম পৰ্যায়ত বনাঞ্চলখনৰ ভেটনলা, কমৰপানীত উচ্ছেদ।প্ৰথম দিনা বেদখলকাৰীৰ ৫৫৫টা ঘৰ ভাঙিলে প্ৰশাসনে।লামডিং সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৫০০ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত।

Read more

এইমাহৰ পৰাই প্ৰদান কৰা হ’ব শিশুক কোৰোনাৰ ভেকচিনন

এইমাহৰ পৰাই দেশত আৰম্ভ হব শিশুক কোৰোনা টীকাকৰণ প্ৰদান প্ৰক্ৰিয়া। কোভিড-১৯ ৱৰ্কিং গ্ৰুপৰ চেয়াৰমেন ডাঃ এন কে আৰৌৰাই সদৰি কৰিছে এই কথা। অহা চাৰিৰ পৰা ছয় সপ্তাহৰ ভিতৰত এই সমগ্ৰ প্ৰক্ৰিয়া সম্পন্ন হব বুলি সদৰি কৰিছে চেয়াৰমেন গৰাকীয়ে। প্ৰথম পৰ্যায়ত…

Read more

২ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ শিশু, কিশোৰৰ বাবে কোভিড ভেকচিন

দেশত অতি শীঘ্ৰে শিশুক প্ৰদান কৰা হ’ব কোৰোনাৰ ভেকচিন। শিশুৰ বাবে নিৰ্মাণ কৰি উলিওৱা কোৰোনাৰ ভেকচিনত অনুমোদন প্ৰদান কৰিছে বিশেষজ্ঞ কমিটীয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়য়ে শিশুসকলৰ বাবে ভাৰত বায়োটেকৰ ভেকছিনৰ অনুমোদন প্ৰদান কৰিছে।ভাৰত বায়োটেক ভেকছিন এতিয়া দেশত ২ ৰ পৰা ১৮…

Read more

ৰাজকন্যা বৰুৱা ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে GNRC হস্পাতালে।

ৰাজকন্যা বৰুৱা ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে GNRC হস্পাতালে।চিকিৎসালয়খনে জাৰি কৰিছে যে, ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে GNRC হস্পাতাল সদায় দায়ৱদ্ধ। সমাজৰ সকলো শ্ৰেণী লোকলৈকে GNRCয়ে সেৱা আগবঢ়াই আহিছে।ৰাজকন্যা বৰুৱাই জৰুৰীকালীন বিভাগত ৩অক্টোবৰ আবেলি ২.৩০বজাত চিকিৎসাৰ বাবে পঞ্জীয়ন কৰিছিল। GNRC…

Read more

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস।

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক ৰোগ তথা স্বাস্থ্যৰ সম্পৰ্কে সজাগ কৰিবৰ বাবে এই দিৱস পালন কৰা হয়। ১৯৯২ চনত পোন প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হৈছিল। এই বৰ্ষৰ বিষয় হ'ল এখন অসমতাৰ বিশ্বত মানসিক স্বাস্থ্য।

Read more

কাৰাগাৰত কয়দীৰ দেহত HIV

কাৰাগাৰত ৮৫ কয়দীৰ দেহত HIV। নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ লগতে বিশেষ কাৰাগাৰতো চিনাক্ত ৮৫ HIV পজিটিভ। ৪৫ জন বিশেষ কাৰাগাৰৰ আৰু বাকী ৪০ জন লোক কেন্দ্ৰীয় কাৰাগাৰৰ। নগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ড°এল চি নাথে প্ৰকাশ কৰে এই তথ্য। আটাইকেইজন HIV পজিটিভ…

Read more

দেশত ৩৬ টাকৈ অক্সিজেন প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দেশত ৩৬ টাকৈ অক্সিজেন প্ৰকল্প উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশৰ মুঠ ৩৬ টা অক্সিজেন প্ৰকল্পৰ এটা শিলচৰ মেডিকেল কলেজ হাস্পতালতো উদ্বোধন। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে ভাৰ্চুৱেল মাধ্যমেৰে উদ্বোধন কৰে প্ৰকল্পকেইটা।

Read more

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ স্পষ্টীকৰণ

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ স্পষ্টীকৰণ। লখিমপুৰৰ খেৰীৰ ঘটনাৰ বুজ ল'বলৈ যোৱাৰ সময়ত গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত স্পষ্টীকৰণ প্ৰিয়ংকা গান্ধীৰ। কোনোধৰণৰ জাননী নিদিয়াকৈ অবৈধভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ।

Read more

স্বাস্থ্য বিভাগৰ নতুন SOP ঘোষণা।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন SOP ।আজিৰ পৰা নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।সকলো দোকান-পোহাৰ নিশা ৯ বজালৈকে খুলাৰ অনুমতি।ৰাজহুৱা অনুষ্ঠান আৰু সভা-সমিতিত ৫০ গৰাকী লোকে কৰিব পাৰিব অংশগ্ৰহণ।সভা-সমিতি আদিত অংশগ্ৰহণ কৰা লোকসকলে দুয়োপালি…

Read more

আজি World Heart Day

মহানগৰীৰ এপ’ল’ হাস্পতালত World Heart Day পালন কৰে।প্ৰায় ২ শতাধিক চিকিৎসক, স্বাস্থ্যকৰ্মীৰ অংশগ্ৰহণেৰে এই কাৰ্যসূচী।হৃদৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ হাস্পতালখনৰ।

Read more
Back To Top