skip to Main Content

আজিৰ পৰা দেশজুৰি আৰম্ভ হৈছে Precaution Dose

আজিৰ পৰা দেশজুৰি আৰম্ভ হৈছে Precaution Dose।ফ্ৰণ্টলাইন ৱৰ্কাৰ, জ্যেষ্ঠ নাগৰিকক প্ৰদান কৰা হ’ব এই বিশেষ ভেকচিন।দ্বিতীয় পালি লোৱাৰ ৯ মাহ হ’লেহে ল’ব পাৰিব সুৰক্ষামূলক পালি।কোভিডত আক্ৰান্ত হোৱা সকলৰ আৰোগ্যৰ ৩ মাহ হোৱাৰ পাছত হে ল'ব লাগিব। সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰত…

Read More

মাক্স নিপিন্ধা লোকে ভৰিব লাগিব ১০০০ কৈ টকা

প্ৰশাসনৰ নতুন নিয়ম,মাক্স নিপিন্ধা লোকে ভৰিব লাগিব ১০০০ কৈ টকা।মাক্স নিপিন্ধা লোকক গাড়ীত নুঠাবলৈ আহ্বান প্ৰশাসনৰ।দ্ৰুতগতিত বৃদ্ধি পোৱা ক'ভিডৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত ৰাজ্য় চৰকাৰৰ।

Read More

আজিৰ পৰা বলবৎ নতুন SOP

শনিবাৰৰ পৰা ৰাজ্যত বলবৎ নতুন SOP।নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি।গুৱাহাটী মহানগৰীত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান আজিৰ পৰা।নৱম, দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাঠদান প্ৰতি সপ্তাহত ৩ দিনকৈ হ’ব।বিবাহ, উৎসৱ আদিত সমবেত হ’ব নোৱাৰিব ২০০তকৈ…

Read More

শুকুৰবাৰে অসমত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোনাই

শুকুৰবাৰে অসমত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোৰোনাই।শুকুৰবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈছে ১১৬৭ গৰাকী লোক।কামৰূপ মেট্ৰতে আক্ৰান্ত হৈছে ৫১৭গৰাকী লোক।মৃত্যু হৈছে দুগৰাকীকৈ লোক।

Read More

ক’ভিডৰ নতুন SOP,ভেকচিন নোলোৱা সকলৰ বাবে হ’ব সম্পূৰ্ণ কাৰ্ফিউ,কাইলৈৰ পৰা বন্ধ থাকিব বিদ্যালয়

ক'ভিডৰ নতুন SOPক লৈ মুখ্যমন্ত্ৰীৰ বিশেষ সংবাদমেল। নিশা ১০ বজাৰ পুৱা ৬ বজালৈকে থাকিব কাৰ্ফিউ।নিশা ৯.৩০ বজাত বন্ধ কৰিব লাগিব দোকান পোহাৰ। ১৫ জানুৱাৰীৰ পৰা ভেকচিন নোলোৱা অথবা এটা ভেকচিন লোৱা সকলৰ বাবে হ'ব সম্পূৰ্ণ কাৰ্ফিউ। চিটী বাছ, মটৰচাইকেলত কেৱল…

Read More

ক’ভিড আক্ৰান্ত মন্ত্ৰী পীযূষ হাজৰিকা

ক'ভিডত আক্ৰান্ত হ’ল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। বৰ্তমান হোম আইছ'লেশ্যনত আছে মন্ত্ৰীগৰাকী।বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীৰ দেহত পোৱা গৈছে ক'ভিডৰ অৱস্থিতি।

Read More

আজি প্ৰকাশ পাব নতুন SOP

কোভিড সম্পৰ্কে আজি প্ৰকাশ পাব নতুন SOP।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা।নতুন SOPত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হোৱাৰ সম্ভাৱনা।বজাৰ-সমাৰত ভিৰ কমোৱাৰ বাবে থাকিব পাৰে বিশেষ নিৰ্দেশনা।নৈশ কাৰ্ফিউৰ সময়সীমাও সলনি হ’ব পাৰে।

Read More

গুৱাহাটীত বৃহত্‍ পৰিমাণৰ ড্ৰাগছ জব্দ

গুৱাহাটীত বৃহত্‍ পৰিমাণৰ ড্ৰাগছ জব্দ।টুইটাৰৰ জৰিয়তে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।ড্ৰাগছখিনি এটা আন্তঃৰাজ্যিক চক্ৰৰ পৰা জব্দ কৰে।ড্ৰাগছখিনি জব্দ কৰে মহানগৰ আৰক্ষীৰ বিশেষ স্কোৱাডে লগতে গ্ৰেপ্তাৰ কৰে ২ সৰবৰাহকাৰীক।জইণ্ট CP পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত চলাইছিল এই অভিযান।

Read More

গুৱাহাটীৰ সাংসদ কোৰোনাত আক্ৰান্ত

গুৱাহাটীৰ সাংসদ কুইন ওজা কোৰোনাত আক্ৰান্ত।গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে সাংসদ গৰাকীক।ছ’চিয়েল মিডিয়াত এটা পোষ্ট দি এই কথা সদৰি কৰে সাংসদ গৰাকীয়ে।

Read More

মাঘ বিহুৰ সামাজিক অনুষ্ঠানত নিষেধাজ্ঞা।ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে ঘৰতে বিহু পতাৰ আহ্বান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মাঘ বিহুৰ ক্ষেত্ৰত কঠোৰ ৰাজ্য চৰকাৰ।যিহেতো প্ৰতিদিনে বৃদ্ধি পাইছে ভয়ংকৰ ৰূপত ক'ভিডৰ লগতে অমিক্ৰণৰ সংক্ৰমণ,সেয়েহে কঠোৰ হৈছে ৰাজ্য চৰকাৰ।মাঘ বিহু ঘৰতে হয়,সেয়েহে একো অসুবিধা নহয়-মুখ্যমন্ত্ৰী।আজি আলোচনাত মিলিত হ'ব স্বাস্থ্য মন্ত্ৰীৰ লগত।ক'ভিডৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।

Read More
Back To Top