skip to Main Content

সৰস্বতী পূজা উৎযাপনৰ ক্ষেত্ৰত নাথাকে কোনো ধৰণৰ SOP

সৰস্বতী পূজা উৎযাপনৰ ক্ষেত্ৰত নাথাকে কোনোধৰণৰ SOP।যিকোনো উৎসৱৰ আগত যিহেতু চৰকাৰে SOP জাৰি কৰে সেয়েহে ছাত্ৰ-ছাত্ৰী সকল চিন্তাত পৰা দেখা গৈছিল।স্বাস্হ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে যে সৰস্বতী পূজাত নাথাকে কোনো ধৰণৰ SOP।চৰকাৰে যি সমূহ নিয়ম ইতিমধ্যে বান্ধি দিছে সেই…

Read More

ক’ভিডত আক্ৰান্ত হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী কাজল।

এজনৰ পিছত আনজন আক্ৰান্ত হৈছে ক'ভিডত।ইতিমধ্যে বহুতৰে দেহত ধৰা পৰিছে ক'ভিড-১৯।এইবাৰ ক'ভিডত আক্ৰান্ত হ'ল বলিউডতৰ মোহময়ী অভিনেত্ৰী কাজল। তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককে ক'ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনাই।

Read More

সাংসদ প্ৰদ্যুৎ বৰদলৈ কোভিডত আক্ৰান্ত

নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ কোভিডত আক্ৰান্ত।স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে সাংসদ জন কোভিড আক্ৰান্ত হোৱাৰ তথ্য।কোভিডত আক্ৰান্ত বৰদলৈ বৰ্তমান বাসগৃহতে আছুতীয়াকৈ আছে ।

Read More

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য

ফেব্ৰুৱাৰীৰ পৰা শিথিল হব কভিডৰ নতুন নিৰ্দেশনা। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। সেই অনুসৰি, অনুষ্টুপীয়াকৈ পালন কৰা হ'ব গণৰাজ্য দিৱস। পৰ্যায়ক্ৰমে ৰাজ্যৰ বিদ্যালয়সমূহো খোলাৰ কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

Read More

ক’ভিডত আক্ৰান্ত সাংসদ গৌৰৱ গগৈ

ক'ভিডত আক্ৰান্ত সাংসদ গৌৰৱ গগৈ।সামাজিক মাধ্যমৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে সাংসদগৰাকীয়ে।বৰ্তমান হোম কোৰাইন্টাইনত আছে গৌৰৱ গগৈ।তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককে ক'ভিড পৰীক্ষাৰ আহ্বান সাংসদগৰাকীৰ।

Read More

আকৌ নতুন SOP।কি কি আছে নতুন SOPত

কাইলৈৰ পৰা অসমত নতুন SOP।নতুন SOP অনুসৰি অষ্টম শ্ৰেণীলৈকে বন্ধ পাঠদান।নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ ৰোটেশ্যন ৱাইছ পাঠদান চলিব।ক'ভিডৰ দ্ৰুত সংক্ৰামণৰ বাবে দিয়া হৈছে এই নতুন SOP। সান্ধ্য-আইনৰ সময়সীমা ১০ৰ পৰা ৬টা লৈকে। বেলেগ একো সাল-সলনি কৰা নাই নতুন SOPত।

Read More

মাইক্ৰ কন্টেইমেন্ট জ’ন ঘোষণা ৯খন কৈ শিক্ষানুস্থানক

ৰাজ্যজুৰি বৃদ্ধি পাইছে কৰণাৰ দ্ৰুত সংক্ৰমণ।ৰাজ্যৰ ৯খন শিক্ষানুষ্ঠান ইতিমধ্যে ঘোষণা কৰা হৈছে মাইক্ৰ কন্টেইমেন্ট জ'ন হিচাপে।মাইক্ৰ কন্টেইমেন্ট জ'ন ঘোষণা কৰা শিক্ষানুস্থান কেইখন হৈছে-ক্ষেত্ৰী চিএইচচি,কামাখ্যা বিদ্যালয় এইচ এছ,গুৰুকুল গ্ৰামাৰ বিদ্যালয়,ৰহমান ইনষ্টিটিউট অৱ নাৰ্ছিং এণ্ড পাৰামেডিকেল ছায়েঞ্চ,আৰ্য বিদ্যাপীঠ এইচ এণ্ড এম ই…

Read More

মেঘালয়ৰ মুখ্যমন্ত্ৰী কোৰোনাত আক্ৰান্ত,অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে গৈছিল দিল্লীলৈ

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা কোৰোনাত আক্ৰান্ত।হোম কোৱাৰেন্টাইন হৈ আছে মুখ্যমন্ত্ৰীগৰাকী।টুইটাৰযোগে সদৰি কৰিলে কনৰাড চাংমা।তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে টেষ্ট কৰাবলৈ আহ্বান।উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে গৈছিল দিল্লীলৈ।দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাত কৰিছিল দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে।

Read More

ক’ভিডৰ মাজতে আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা

ক'ভিডৰ মাজতে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা।জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন।পাহাৰৰ পৰা ভৈয়ামলৈ মামা-মামী হ'ত নামি আহি আৰম্ভ কৰিছে বিনিময় প্ৰথা।পুৱতি নিশাৰে পৰা আৰম্ভ কৰিছে বিনিময় প্ৰথা।ক'ভিডৰ বাবে অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে জোনবিল মেলা।

Read More

গুৱাহাটী মহানগৰীত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড

গুৱাহাটী মহানগৰীত ভয়াবহভাৱে বৃদ্ধি পাইছে ক'ভিড।চৰকাৰে ক'ভিড ভেকচিন বাধ্যতামূলক কৰিছে যদিও বহুলোকে এতিয়াও নোলোৱাকৈ আছে ভেকচিন।যোৱা ২৪ ঘন্টাত ১,৯২৯ জন আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত।GMCHত বৰ্তমান চিকিৎসাধীন হৈ আছে ৩০০ক'ভিড আক্ৰান্ত,বৰ্তমান সৰুসজাইত চিকিৎসাধীন হৈ আছে ৬৭গৰাকী।GMCHৰ আইচিইউত বৰ্তমান চিকিৎসাধীন হৈ থকা…

Read More
Back To Top