skip to Main Content

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন লাভলীনাৰ

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন লাভলীনাৰ। ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব বিশ্ব বক্সিং চেম্পিয়নশ্বিপ। যোগ্যতা অজৰ্নৰ পাছতেই বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াক ধন্যবাদ লাভলীনাৰ।

Read More

সৰ্বভাৰতীয় বক্সিঙত চেম্পিয়নেৰে বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন শিৱ থাপাৰ

অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই। কৰ্ণাটকৰ বিলেৰীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অৰ্জুন বটা বিজয়ী শিৱ থাপাই।

Read More
Back To Top