skip to Main Content

মহানগৰীৰ ছয়মাইলত ৰ’লাৰ স্কেটিং।

মহানগৰীৰ ছয়মাইলত ৰ’লাৰ স্কেটিং। অসমভিত্তিত অনুষ্ঠিত হৈছে প্ৰতিযোগিতা। পতাকা উত্তোলনেৰে সভাপতি মনোজ শইকীয়াই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। ৰ’লাৰ স্কেটিং সন্থাৰ উদ্যোগত এই প্ৰতিযোগিতা।

Read More

লাভলীনা বৰগোহাঁয়ে অৱশেষত স্পৰ্শ কৰিলে সন্মানীয় পদক অৰ্জুন বঁটা।

বক্সাৰ লাভলীনা বৰগোহাঁইক অৰ্জুন বঁটা প্ৰদান।লাভলীনা বৰগোহাঁয়ে  বিশ্ব বক্সিং আৰু কমনৱেলথ গেমছত দেখুৱা পাৰদৰ্শিতাৰ বাবে ২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা লাভ কৰিছিল খেলৰ সন্মানীয় অৰ্জুন বঁটা।সেই সময়ত ক'ভিডৰ বাবে ভিডিঅ' কনফাৰেন্সত থাকিয়েই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা লাভলীনাই…

Read More

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত শিৱ থাপা

অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় বক্সাৰ শিৱ থাপাই আইবা বিশ্ব বক্সিঙ ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত অনুষ্ঠিত আইবা পুৰুষ বক্সিঙৰ ৬৪ কেজি শাখাত সোমবাৰে নিশা শিৱ থাপাই ফ্ৰান্সৰ শক্তিশালী প্ৰতিপক্ষ লওন্স হামৰাওইক ৪-১ পইণ্টত পৰাস্ত কৰে।

Read More

অসমৰ খেলৰ বাবে সুখবৰ

অসমৰ খেলৰ বাবে সুখবৰ। দেশৰ ক্ৰীড়াৰ সৰ্বোচ্চ সন্মান ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে নাম অনুমোদন কৰিছে ট'কিঅ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁইৰ। দেশৰ ক্ৰীড়া বিশেষজ্ঞৰ দ্বাৰা গঠিত জুৰী কমিটীয়ে লাভলীনা বৰগোহাঁইৰ ভাৰতবৰ্ষৰ প্ৰতি থকা ক্ৰীড়া অৱদানৰ বাবে তেওঁৰ নামটো অনুমোদন জনায়।

Read More

আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান

T20 বিশ্বকাপত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান।হাইভল্টেজ মেচৰ বাবে দুই দেশত ব্যাপক উত্‍কণ্ঠা পৰিলক্ষিত হৈছে।কোহলীৰ নেতৃত্বত ভাৰতৰ বিপৰীতে পাকিস্তানক নেতৃত্ব দিব অধিনায়ক বাবৰ আজমে।টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তানৰ সৈতে ভাৰতে খেলিছে ৫খন খেল।এই ৫খন খেলৰ এখনো খেলত বিজয় সাব্যস্ত কৰিব পৰা নাছিল…

Read More

দেওবাৰে অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ টি-২০ বিশ্বকাপ

ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপ ২০২১ অনুষ্ঠিত হ'ব দেওবাৰে। পাকিস্তানে খেলখনৰ ২৪ ঘণ্টা আগতে তেওঁলোকৰ ১২ জনীয়া দল ঘোষণা কৰিছে। এই খেলুৱৈসকলৰ পৰা প্লেয়িং-১১ বাছনি কৰা হ'ব। অৱশ্যে, ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে ঘোষণা কৰা নাই দল। পাকিস্তানৰ…

Read More

মহানগৰীত IPL জুৱা চক্ৰৰ বিৰুদ্ধে অভিযান।

গুৱাহাটীত জুৱাৰ বিৰুদ্ধে ক্রাইম ব্রান্সৰ অভিযান।নৱগ্রহৰ মেপল অ’কৰ এটা এপাৰ্টমেণ্টত অভিযান।দীৰ্ঘদিন ধৰি IPLৰ নামত চলি আছিল এই জুৱা।জুৱাৰ নেতৃত্ব দিছিল অজয় আগৰৱালা নামৰ এজন লোকে।লোকজনক বিচাৰি আজি ক্রাইম ব্রান্সে চলাইছিল অভিযান।সম্প্রতি লোকজন পলাতক।৩ দিন পূৰ্বে ক্রাইম ব্রান্সে গ্রেপ্তাৰ কৰিছিল ৩…

Read More

চেন্নাই ছুপাৰ কিংছে জয় কৰিলে IPL 2021ৰ খিতাপ।

চেন্নাই ছুপাৰ কিংছে জয় কৰিলে চতুৰ্থবাৰলৈ IPL 2021ৰ খিতাপ।কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰে ফাইনেলত।২৭ ৰাণত কলকাতা নাইট ৰাইডাৰ্ছক পৰাস্ত কৰিলে চেন্নাই ছুপাৰ কিংছে ।এইখন আছিল মহেন্দ্ৰ সিং ধোনীৰ অধিনায়ক হিচাপে ৩০০ সংখ্যক T20 খেল।

Read More

কোভিড আক্ৰান্ত হ’ল হিমা দাস।

ধিং এক্সপ্ৰেছ হিচাপে খ্যাত হিমাৰ দেহত মঙ্গলবাৰে কোভিডৰ উপস্থিতি ধৰা পৰে।পাটিয়াাস্থিত ছাইত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল হিমাই।পাটিয়ালাত হিমাই পৰৱৰ্তী এছিয়ান গেমছ আৰু কমনৱেল্থ গেমছৰ বাবে প্ৰস্তুতি চলাই আছিল।বৰ্তমা পাটিয়ালাতে আছে এথলিটগৰাকী।

Read More

লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছ বিক্ৰী হ’ল ৯১ লাখ টকাত।

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছ বিক্ৰী হ’ল ৯১ লাখ টকাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপহাৰ হিচাপে দিছিল এই গ্ল’ভছ যোৰ।কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা নিলামত লাভলীনাৰ গ্ল’ভছ যোৰৰ প্ৰাৰম্ভিক মূল্য আছিল ৮০ লাখ টকা। আনহাতে স্বৰ্ণ জয়…

Read More
Back To Top