skip to Main Content

বিশ্ব অভিলেখ গঢ়িলে অসমৰ ৬ ছাত্ৰই

আন্তঃৰাষ্ট্ৰীয় ভিত্তিত আমেৰিকাত অনুষ্ঠিত হোৱা ওৱেবছাইট আৰু এপছৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ দশম শ্ৰেণীৰ ছাত্ৰ ভাস্কৰজ্যোতি শইকীয়া, ৰাজশ্বেখৰ শইকীয়া, সঞ্জীৱ নাগ, জ্যোতিস্মান শইকীয়া, বিবেক বৰুৱা আৰু আফ্ৰিদ হকে৷ বিশ্বৰ ১৩৬খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত ছাত্ৰকেইজনৰ…

Read More

লকডাউনৰ কৱলত পৰি ১০ কোটি ভাৰতীয় লোকে হেৰুৱালে কৰ্মসংস্থাপনৰ বাট

  কৰ’না কৰাল গ্ৰাসত পৰি ভাঙি পৰা ভাৰতৰ অৰ্থনীতিয়ে ঠন ধৰি উঠিব লওঁতেই আকৌ এবাৰ অনিশ্চিত ভৱিষ্যতৰ দিশলৈ গতি কৰিছে৷ দেশত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি৷ লকডাউনৰ কৱলত পৰি ১০ কোটি ভাৰতীয় লোকে হেৰুৱালে কৰ্মসংস্থাপন। অৰ্থনীতিৰ এনে দুৰৱস্থাৰ ধাৰা…

Read More

পঞ্জাৱৰ লুধীয়ানাত জিলা আদালতৰ চৌহদৰ ভিতৰত সংঘটিত হৈছে বোমা বিস্ফোৰণ

বৃহস্পতিবাৰে দুপৰীয়া ১২-২২ বজাত সংঘটিত হোৱা এই বিস্ফোৰণত দুজন নিহত আৰু ৪ জন আহত হৈছে। এটা স্নানাগাৰৰ ভিতৰত এই বিস্ফোৰণ সংঘটিত হৈছিল। আদালতৰ চৌহদৰ বিল্ডিঙৰ দ্বিতীয় মহলাত সংঘটিত হৈছে বিস্ফোৰণ, আদালত কমপ্লেক্সটো আছিল ডি চি অফিচৰ কাষত।

Read More

অসমৰ যোগাসন দলৰ ৩ টা স্বৰ্ণসহ ৯টা পদক অৰ্জন ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত

আহমেদাবাদত ৰাষ্ট্ৰীয় যোগাসন স্প’ৰ্টছ ফেডাৰেচনে আয়োজন কৰা যোগাসন প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা নগাঁৱৰ দলে সফলতা কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনিত অসমৰ দলটোয়ে ৩ টা সোনৰ পদক , ২ টা ৰূপৰ পদক , ৪ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এই…

Read More

ভাৰতীয় নাগৰিকত্ব পাবলৈ ৭০০০ পাকিস্তানী নাগৰিকৰ আৱেদন

ভাৰতত নাগৰিকত্ব (সংশোধনী) আইনৰ বিধি বলবৎ নহওঁতেই নাগৰিকত্ব বিচাৰি ১০ হাজাৰতকৈয়ো অধিক বিদেশীয়ে কৰিছে আৱেদন৷ সংসদত গৃহ-মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২১ চনৰ ১৪ ডিচেম্বৰলৈকে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰা বিভিন্ন দেশৰ মুঠ নাগৰিকৰ সংখ্যা হৈছে ১০,৬৩৫গৰাকী। ইয়াৰে…

Read More

দেশজুৰি আকৌ হব নেকি নাইট কাৰ্ফিউ?

কেন্দ্ৰীয় চৰকাৰে অ'মিক্ৰণ বিষয়ত ৰাজ্যসমূহলৈ কৰিছে পত্ৰ প্ৰেৰণ। ৱাৰ ৰুম সাজু কৰি ৰাখিবলৈ কেন্দ্ৰই ৰাজ্যসমূহক নিৰ্দেশ দিছে।ডেল্টা ভাইৰাছতকৈ ৩ গুণ বেছি সংক্ৰামক অ'মিক্ৰণ। ১০% তকৈ অধিক সংক্ৰমণ ঘটিলেই ঘোষণা কৰা হ'ব কণ্টেইনমেণ্ট জ'ন।

Read More

অসমৰ ভূ-গৰ্ভত এতিয়াও বাকী থকা দুই তৃতীয়াংশ তেল আৰু গেছৰ ওপৰত চকু কেন্দ্ৰীয় চৰকাৰৰ

মোদী চৰকাৰ সাজু হৈছে দেশৰ সৰ্ববৃহৎ তৈলক্ষেত্ৰ নিলামৰ বাবে। দেশৰ ১৫,৭৬৬ বৰ্গ কিঃমিঃ এলেকা কেন্দ্ৰীয় চৰকাৰে গোটাব ব্যক্তিগত প্ৰতিষ্ঠানক। অসমৰ ৪,২০০ বৰ্গ কি.মি. তৈলক্ষেত্ৰ নিলাম কৰিব চৰকাৰে। নিলামত অংশ গ্ৰহন কৰিব বিদেশী কোম্পানীয়ে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বিপ সিং পুৰীয়ে টুইট…

Read More

বিমল ইলাচি বিজ্ঞাপন কৰিব পাৰিব অজয় দেৱগণে। বিমল কোম্পানী বিৰোধে পঠোৱা নটিছ নাকচ দিল্লী ন্যায়ালয়ৰ।

২০১৮ চনত শ্বাস্থ্য সেৱা মহনিৰ্দেশালয় বিভাগে বিমল ইলাচি বিক্ৰী কৰা কোম্পানীক নটিছ পঠাইছিল যে কোম্পানীয়ে COTP অধিনিয়ম উলংঘা কৰি বাতৰকাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে লগতে অধিনিয়ম উলংঘা কৰা বাবে অজয় দেৱগণকো মেইল যোগে নটিছ পঠাইছিল। কিন্তু কোম্পানীয়ে জানিব দিয়ে যে বিমল…

Read More

কেন্দ্ৰৰ বিজেপি চৰকাৰে সংশোধন কৰিব নিৰ্বাচনী আইন

আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত নিৰ্বাচনী আইন সংশোধিত বিধেয়ক ২০২১’ উত্থাপন কৰিলে আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে। তেওঁ কয় যে, এই আইনে দেশত ভুৱা ভোটদান সমাপ্ত কৰিব আৰু নিৰ্বাচনী প্ৰক্ৰিয়াক অধিক বিশ্বাসযোগ্য কৰি তুলিব। কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে…

Read More
Back To Top