skip to Main Content

নাগালেণ্ডত ছমাহলৈ বৃদ্ধি ‘আফস্পা’

নাগালেণ্ডত গৃহ মন্ত্ৰালয়ে আফস্পা (AFSPA) আইনৰ সময় ছমাহলৈ বৃদ্ধি অৰ্থাৎ ২০২২ বৰ্ষৰ জুন মাহলৈকে প্ৰযোজ্য হ’ব বুলি সদৰী কৰে। আফস্পাৰ অধীনত সৈনিকসকলে বহুতো বিশেষাধিকাৰ উপভোগ কৰে যেনে ৱাৰেণ্ট অবিহনে কাৰোবাক গ্ৰেপ্তাৰ কৰা আৰু সন্দেহজনক ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰাৰ আৰু অনুসন্ধান…

Read More

অহা বছৰৰ পৰাই দেশত আৰম্ভ হ’ব 5G সেৱা

তিনিটা ব্যক্তিগত টেলিকম সেৱা প্ৰদনকাৰী দেশৰ ১৩ খন চহৰত আৰম্ভ কৰিব ৫ জি সেৱা। গুৰুগ্ৰাম, বাংগালোৰ, কলকাতা, মুম্বাই, চণ্ডিগড়, দিল্লী, জামনগৰ, আহমেদাবাদ, চেন্নাই, হায়দৰাবাদ, লক্ষ্ণৌ, পুনে, গান্ধী নগৰ চহৰত ৫জি পৰীক্ষণ স্থান স্থাপন কৰিছে। আইআইটি বোম্বে, আইআইটি দিল্লী, আইআইটি হায়দৰাবাদ,…

Read More

মাত্ৰ ১১২২ টকাত বিমান যাত্ৰা, ৩১ ডিচেম্বৰলৈকে আছে বুকিং সুবিধা

যদি আপোনি নতুন বছৰত ফুৰিবলৈ যোৱাৰ কথা ভাবিছে তেন্তে কম খৰছতে কৰিব পাৰিব বিমান যাত্ৰা। ঘৰুৱা বিমানসেৱা কোম্পানী Spice jet-এ দিছে Wow Winter Sale নামৰ এক বিশেষ অফাৰ। এই অফাৰ জৰিয়তে ২৭ ডিচেম্বৰ পৰা ৩১ ডিচেম্বৰ ২০২১ লৈকে টিকট বুকিং…

Read More

অসমীয়া ভাষালৈ সুখবৰ আনিছে অনলাইন নিউজ এপ ডেইলীহাণ্ট-এ

ডেইলীহাণ্ট হৈছে বাংগালুৰুস্থিত ভাৰতীয় সমল আৰু নিউজ এপ, যিয়ে একাধিক সমল প্ৰদানকাৰীৰ পৰা ১৪টা ভাৰতীয় ভাষাত স্থানীয় ভাষাৰ সমল প্ৰদান কৰে৷ এই বৰ্ষৰ প্ৰাৰম্ভতে পৰীক্ষামূলকভাৱে ডেইলীহাণ্টত অসমীয়া ভাষাক অন্তৰ্ভুক্ত কৰোৱা হৈছিল আৰু কম সময়ৰ ভিতৰত ই জনপ্ৰিয় হৈ উঠিছিল৷ এতিয়া…

Read More

দাম কমিব খোৱা তেলৰ

নৱবৰ্ষত খোৱা তেলৰ মূল্য হ্ৰাস পাব বুলি কেন্দ্ৰীয় মন্ত্ৰী পিযুষ গোৱেলে টুইট কৰে। খোৱা তেল প্ৰস্তুতকৰ্তা বৃহৎ কোম্পানী আদানি ইউলমাৰ আৰু ৰুছি চয়াই খোৱা তেলৰ সৰ্বাধিক বজাৰ মূল্য ১০-১৫ শতাংশ হ্ৰাস কৰিব বুলি ঘোষণা কৰে।

Read More

২৪ ঘণ্টাত দেশত ৬৩৫৮ গৰাকী লোক আক্ৰান্ত কৰ’ণাত

দেশত প্ৰতিদিনেই বৃদ্ধি পাই গৈ আছে কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা। কৰ’ণাৰ নতুন ভেৰিয়েণ্টে লাহে লাহে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা সদৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ৬৩৫৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে…

Read More

অমিক্ৰনৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুনকৈ দুটা ভেকচিন আৰু এটা এণ্টি ভাইৰেল দৰৱৰ ব্যৱহাৰত অনুমোদন

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি জৰুৰীকালীনভাৱে আৰু চৰ্তসাপেক্ষে কোৰোণাৰ ভেকচিন কৰ্বেভেক্স (CORBEVAX) কোভোবেক্স (COVOVAX)ৰ ব্যৱহাৰত অনুমোদন জনায়। ইয়াৰ লগতে কোৰোণাৰ চিকিতসাৰ বাবে এণ্টি ভাইৰেল দৰৱ ৰূপে মলনুপিৰাভিৰ (Molnupiravir)ৰ জৰুৰীকালীন চৰ্তসাপেক্ষ ব্যৱহাৰতো অনুমোদন জনায়।

Read More

অমিক্ৰনৰ দ্ৰুত সংক্ৰমণ, ভাৰতত বৰ্তমানলৈকে ৫৭৮জন লোক সংক্ৰমিত

দেশৰ ১৬খনতকৈয়ো অধিক ৰাজ্যত বৰ্তমানলৈকে অমিক্ৰনৰ সংক্ৰমণ ধৰা পৰিছে। এতিয়ালৈকে দেশত অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি পাইছে। অমিক্ৰন সংক্ৰমণৰ ক্ষেত্ৰত শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ। ৰাজধানী দিল্লীৰ লগতে কৰ্ণাটক, উত্তৰ প্ৰদেশ, হাৰিয়ানা, মধ্যপ্ৰদেশ, গুজৰাটতো প্ৰতিদিনে অমিক্ৰনৰ দ্বাৰা সংক্ৰমিত…

Read More

ৰিলায়েঞ্চ জিঅ’ৰ গ্ৰাহকলৈ নতুন বছৰৰ ধামাকা অফাৰ

ৰিলায়েঞ্চ জিঅ'ৰ গ্ৰাহকলৈ দিছে Happy new year offer। ৰিলায়েঞ্চ জিঅ'ই বছৰেকীয়া প্ৰিপেইড প্লেনৰ বৈধতা (Validity) বৃদ্ধি কৰিছে।এতিয়াৰ পৰা গ্ৰাহকে ২৫৪৫ টকীয়া প্লেনত ভেলিডিটী ২৯ দিন বেছিকৈ পাব। আগতে ২৫৪৫ প্লেন বৈধতা আছিল ৩৩৬ দিন আৰু বৰ্তমান ৩৬৫ দিন পাব।

Read More

শনিবাৰে নিশা দেশবাসীক সম্বোধন কৰি নৰেন্দ্ৰ মোদীয়ে ক’লে

মোদীয়ে প্ৰায় ১৩ মিনিটৰ নিজৰ ভাষণত শনিবাৰে কয় যে - *দেশত প্ৰায় ৬১ শতাংশ লোকে কোৰোণাৰ ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰিছে। *অমিক্ৰনক ভয় নকৰিবলৈ কয়, ইয়াৰ পৰা সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনায় *প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে দেশত চিকিৎসাৰ পৰ্যাপ্ত ব্যৱস্থা…

Read More
Back To Top