skip to Main Content

পুনৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰঞ্জী ট্ৰফী।

পুনৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৰঞ্জী ট্ৰফী।১৭ ফ্ৰেব্ৰুৱাৰীৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৰঞ্জী ট্ৰফীৰ মেচ।

Read More

ভাৰতীয় ফুটবল দললৈ আমন্ত্ৰণ লাভ কৰিলে অসমৰ এজন যুৱকে।

ভাৰতীয় ফুটবল দললৈ আমন্ত্ৰণ লাভ কৰিলে অসমৰ এজন যুৱকে।মাৰ্চত ফুটবল দলৰ শিবিৰলৈ যাব ৰে ৰাজকুমাৰ নামৰ যুৱকজন।৯০০ জন যুৱকৰ মাজৰ পৰা চিলেকচন কৰা হৈছিল ৰে ৰাজকুমাৰক।

Read More

পঞ্চম বাৰৰ বাবে ১৯-অনুৰ্ধৰ বিশ্বকাপ খীতাপ আজুৰিলে ভাৰতে।

ইতিহাস ৰচিলে ভাৰতীয় ক্ৰীকেট দলে।ইংলেণ্ডক চাৰি উইকেটত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই।ভাৰতীয় দলৰ বিজয়ৰ পিছতে BCCIয়ে কৰিলে বৃহৎ ঘোষণা।প্ৰতিগৰাকী খেলুৱৈলৈ ৪০ লাখ টকাকৈ প্ৰদান কৰিব।

Read More

ক’ৰণাত আক্ৰান্ত ৭ জনকৈ ভাৰতীয় ক্ৰিকেটাৰ।

ক'ৰণাত আক্ৰান্ত হৈছে ৭ জনকৈ ভাৰতীয় ক্ৰিকেটাৰ।টীম ইণ্ডিয়াৰ ৭জনকৈ ক্ৰিকেটাৰৰ দেহত ধৰা পৰিছে ক'ভিড পজিটিভ।অপেনাৰ শিখৰ ধাৱান,ৰিতুৰাজ গাইকৱাড়,শ্ৰেয়াছ আয়াৰ,নৱদ্বীপ চাইনী,ফিল্ডিং প্ৰশিক্ষক টি দিলীপ,বিষয়া বি. লোকেশ,আৰু থেৰাপীষ্ট ৰাজীৱ কুমাৰ।

Read More

বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ

ভাৰতে টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে এখন খেলৰ সৈতে অভিযান আৰম্ভ কৰিব৷ এই বছৰৰ শেষৰ ফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ৷ প্ৰতিযোগিতাৰ সময়সূচী ঘোষণা কৰা হয় বৃহস্পতিবাৰে৷ ২২ অক্টোবৰত নিউজিলেণ্ডে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মুখামুখি হ'ব চিডনীত৷ ছুপাৰ ১২ ৰ দ্বিতীয় গ্ৰুপত থাকিব…

Read More

লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে

গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত অহা ২৪ জানুৱাৰী তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰদান কৰিব অসম সৌৰভ বঁটা।সেই অনুসৰি অসম চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে নিমন্ত্ৰণী পত্ৰ দিবলৈ বৃহস্পতিবাৰে নিশা লাভলীনা বৰগোহাঁইৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।প্ৰথমবাৰৰ…

Read More

বিৰাট কোহলীৰ অনুৰাগী সকলৰ বাবে এক দুখবৰ।ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ পদ এৰিলে বিৰাট কোহলীয়ে।

ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ পদ এৰিলে বিৰাট কোহলীয়ে।টুইটাৰ যোগে এই কথা সদৰি কৰে বিৰাট কোহলীয়ে। বিগত সাঁত বছৰ ধৰি এই দায়িত্বত আছিল বিৰাট কোহলী।দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজয় বৰণৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ বিৰাট কোহলীৰ।

Read More

অসম আৰক্ষীৰ DSP পদত লাভলীনা বৰগোহাঁই

আৰক্ষীৰ পোছাকত বক্সাৰ লাভলীনা বৰগোহাঁই। অসম আৰক্ষীৰ DSP পদত নিযুক্তি অলিম্পিক পদক বিজয়ী লাভলীনাক। জনতা ভৱনত মুখ্যমন্ত্ৰীসহ প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত প্ৰদান কৰা হয় নিযুক্তি।

Read More

IPLৰ নতুন স্পনচৰ,এইবাৰ VIVO আঁতৰি আহিল টাটা

IPLৰ নতুন টাইটেল স্পনচৰ হ'ব টাটা।২০২৩ বৰ্ষত IPLৰ টাইটেল স্পনচৰৰ ৰূপত টাটা। VIVO IPLৰ পৰিৱৰ্তে টাটা IPL ৰূপে জনা যাব।এই তথ্য সদৰি কৰে IPLৰ চেয়াৰমেন বৃজেশ পেটেলে।২০১৮ ৰ পৰা IPLৰ টাইটেল স্পনচৰ হৈ আছিল VIVO।

Read More

ভাৰতত প্ৰথমজন অ’মিক্ৰন আক্ৰান্তৰ মৃত্যু

মহাৰাষ্ট্ৰত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু ঘটিছে অ’মিক্ৰনত। মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে লোকজন ক’ভিডত মৃত্যু হোৱা নাই বুলি প্ৰকাশ কৰিছিল যদিও পুনেৰ নেচনেল ইনষ্টিটিউট অব ভাইৰ’লজিলৈ প্ৰেৰণ কৰা নমুনাৰ ফলাফলত লোকজন অমিক্ৰনত আক্ৰান্তৰ তথ্য পোৱা যায়।

Read More
Back To Top