skip to Main Content

মহানগৰীত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

মহানগৰীত অসম জাতীয় পৰিষদে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।সকলো বস্তুৰে আকাশলংঘী মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এইদৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয় পৰিষদে।

Read More

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অনুষ্ঠিত কৰে ইফটাৰ অনুষ্ঠানৰ

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজধানী মছজিদস্হিত তেহজীৱ নামৰ ৰেষ্টুৰেণ্ট খনত অনুষ্ঠিত কৰে এক সমূহীয়া ইফটাৰ অনুষ্ঠানৰ।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা,মনজিৎ মহন্ত কে ধৰি সকলো বিষয়ববীয়া তাত উপস্হিত থাকে।

Read More

ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰে মাইক্ৰফাইনেন্সৰ চেক বিতৰণ কাৰ্যসূচী

খানাপাৰা খেলপথাৰত ৰাজ্য চৰকাৰৰ চেক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে। অসম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ আৰু ৰিলিফ আঁচনিৰ অধীনত চেক বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰে। সভাত উপস্হিত থাকে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা,চন্দ্ৰমোহন পাটোৱাৰী আৰু অশোক সিংহল ডাঙৰীয়াৰ লগতে মাইক্ৰ ফাইনেন্স বেংকসমূহৰ বিষয়ববীয়াসকল। যিসকলে…

Read More

আজি ৰাজ ভৱনত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান

ৰাজ্যপাল জগদীশ মুখীৰ উপস্হিতিত আজি ৰাজ ভৱনত শপত গ্ৰহণ কৰে Assam Public Service Comissioner চমুকৈ APSC ৰ সদস্য হিচাপে শ্ৰী ঘনকান্ত পেগু দেৱে।ভাৰতীয় সংবিধানৰ প্ৰতি তেওঁ সত্য আৰু নিষ্ঠাৰে সদায় কাম কৰি যাব বুলি শপত গ্ৰহণ কৰে।

Read More

দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদৰ অৱস্হান ধৰ্মঘট কাৰ্যসূচী

আজি দীঘলী পুখুৰীৰ পাৰত অসম জাতীয় পৰিষদে অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এইদৰে অসম জাতীয় পৰিষদে এক ধৰ্মঘট কাৰ্যসূচী পালন কৰে।যেতিয়ালৈকে বিজেপি চৰকাৰে মূল্যবৃদ্ধি ৰোধ নকৰে অসম জাতীয় পৰিষদে ৰাইজৰ হৈ আগলৈও এইদৰে অৱস্হান ধৰ্মঘট কাৰ্যসূচী পালন কৰি যাব…

Read More

ITA মাছখোৱা প্ৰকল্পত বিজেপিৰ সম্বৰ্ধনা অনুষ্ঠান

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলৰ বিজয়ী ৱাৰ্ড কাউন্সিলাৰক জনালে অভিনন্দন।মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিন্দন জ্ঞাপন কৰে বিজয়ী ৱাৰ্ড কাউন্সিলাৰক।উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।

Read More

অলিম্পিকত একেবাৰতে মানুহে দৌৰি নাপাবও পাৰে। কেতিয়াবা হাপাই খাব, কেতিয়াবা নেউলে খাব বুলি কিয় ক’লে মুখ্যমন্ত্ৰীয়ে?

কোন কোন কংগ্ৰেছী নেতাই যোগ দিব বিজেপিত?আলফা(স্বাঃ)ৰ কেম্পত অসম আৰক্ষীৰ চোৰাংচোৱা বন্দী হোৱা বিষয়ক লৈ মন্তব্য নিদিয়ে মুখ্যমন্ত্ৰীয়ে।অলিম্পিকত একেবাৰতে মানুহে দৌৰি নাপাবও পাৰে। কেতিয়াবা হাপাই খাব, কেতিয়াবা নেউলে খাব বুলি কিয় ক'লে মুখ্যমন্ত্ৰীয়ে?ডিফুত প্ৰথমবাৰলৈ পদাৰ্পণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীয়ে। ৭খন কেঞ্চাৰ…

Read More

কোন হ’ব GMCৰ মেয়ৰ

নিৰ্বাচন হৈ গ'ল, ভোট গণনাও হ'ল ৷ ৬০টা ৱাৰ্ডৰ ৫৮টা ৱাৰ্ডতে বিজয় ধ্বজা উৰুৱালে বিজেপি মিত্ৰজোঁটে ৷ এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হ'ল কোন হ'ব GMCৰ মেয়ৰ ৷ চৰ্চাত বহুকেইজনৰ নাম ৷২০১৩ৰ পিছত সুদীৰ্ঘ ৯বছৰৰ মূৰত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত…

Read More

তৃণমূল কংগ্ৰেছত যোগদান কৰি অসম প্ৰদেশৰ সভাপতি ৰূপে নিযুক্ত হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত ৰিপুণ বৰা

তৃণমূল কংগ্ৰেছত যোগদানৰ পিছত আজি প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছৰ নেতা হিচাপে  বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা। তৃণমূল কংগ্ৰেছত যোগদান কৰি অসম প্ৰদেশৰ সভাপতি ৰূপে নিযুক্ত হোৱাৰ পিছত পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত উপস্থিত হয় ৰিপুণ বৰা।বিমানবন্দৰতে ৰিপুণ বৰাক…

Read More

আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন,প্ৰথমবাৰৰ বাবে GMCৰ নিৰ্বাচনত EVMত ভোটগ্ৰহণ

নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰথমবাৰলৈ EVMৰ জৰিয়তে কৰা হৈছে।৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৩টা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।এইবাৰ নিৰ্বাচনত আছে মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯গৰাকী ভোটাৰ। তাৰে ভিতৰত পুৰুষ ভোটাৰ ৩…

Read More
Back To Top